--°C
Loading...
Advertisement
Advertisement
Listen to Article
1 min read
80%

In Short

  • গ্ৰীষ্মকালত সকলোৱে এনে খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে আপোনাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখে।

ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত সকলোৱে এনে খাদ্য গ্ৰহণ কৰা উচিত, যিয়ে আপোনাৰ শৰীৰটো সক্ৰিয় কৰি ৰাখে। গ্ৰীষ্মকালত স্বাস্থ্য সম্পৰ্কীয় প্ৰত্যাহ্বান আহি পৰে। গ্ৰীষ্মকালত নিজৰ জীৱনশৈলীৰ প্ৰতি বিশেষ গুৰুত্ব দিয়াৰ প্ৰয়োজন। গ্ৰীষ্মকালত দিনটো কেনেকৈ আৰম্ভ কৰিব সেয়া অতিকৈ গুৰুত্বপূৰ্ণ। জানো আহক প্ৰচণ্ড ৰ’দতো শৰীৰটোক‌ কেনেকৈ গৰমৰ প্ৰভাৱৰ পৰা আঁতৰত ৰাখিব পাৰি-


ফলমূল আৰু সেউজীয়া শাক-পাচলি গ্ৰহণ - ফলমূল আৰু সেউজীয়া শাক-পাচলিয়ে শৰীৰটোক অত্যধিক গৰমৰ পৰা মুক্ত কৰি ৰাখে।

সেয়ে ব্ৰেকফাষ্টত সতেজ ফলমূল আৰু শাক-পাচলি খোৱাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী।


নিয়মিত ব্যায়াম - গৰমৰ দিনত খোজ কঢ়া বা যোগাসনৰ দৰে পাতল ব্যায়াম কৰিব লাগে যিয়ে প্ৰচণ্ড গৰমৰ পৰা সকাহ দিয়ে। লগতে নিয়মিত ব্যায়ামে শৰীৰটোক সক্ৰিয় কৰি ৰাখে আৰু ৰাতিপুৱাৰ বিশুদ্ধ ঠাণ্ডা বতাহৰ ফলত আপোনাৰ মানসিক চাপো কম হ'ব।


অত্যধিক পানী খাব লাগে - গ্ৰীষ্মকালত ৰাতিপুৱা পানী খোৱাৰ অভ্যাস গঢ়ি তুলিব লাগে। অত্যধিক পানী খালে নিজকে হাইড্ৰেটেড কৰি ৰাখিব পাৰিব। আৰু বাহিৰলৈ ওলাই গ’লে পানীৰ বটল এটা লগত ৰাখক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?