--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনেও নিজৰ প্ৰিয় তাৰকাক দেখা পোৱাৰ সুযোগ হেৰুৱাব নিবিচাৰে। তিৰুৱানন্তপুৰমত থালাপথী  বিজয়কো দেখা পাই ৰাইজ উত্তেজিত হৈ পৰিছিল। কিন্তু শেষত উন্মাদ অনুৰাগীয়ে অভিনেতাজনৰ গাড়ীখনৰ ক্ষতিসাধন কৰে।

শেহতীয়াকৈ বিজয় তেওঁৰ নতুন ছবি ‘গোট’ৰ শ্বুটিংৰ বাবে কেৰালাত উপস্থিত হয়। এই খবৰ শুনি বিমানবন্দৰৰ বাহিৰত সমবেত হয় অনুৰাগী। কিন্তু বিজয়ক দেখা পোৱাৰ পিছতো তেওঁলোক শান্ত নহ’ল। অনুৰাগীৰ এটা দলে বিজয়ৰ পাছে পাছে হোটেললৈ যায়।  অভিনেতাজনৰ গাড়ীৰ কেইবাটাও অংশ ক্ষতিগ্ৰস্ত হয়। গাড়ীৰ গ্লাছো ভাঙি যায়। সেই ভিডিঅ’টো এতিয়াৰ বাবে নেট জগতত বিয়পি পৰিছে।

প্ৰায় ১৪ বছৰৰ পাছত কেৰালাত ভৰি দিলে বিজয়ে। অভিনেতাগৰাকীৰ প্ৰতি অনুৰাগীৰ অতিৰিক্ত উৎসাহ আছিল। কিন্তু নিৰাপত্তাৰক্ষীয়ে বুজি পোৱা নাছিল যে তেওঁলোকে এনেদৰে তেওঁৰ গাড়ীত উঠিব। সূত্ৰৰ পৰা জানিব পৰা মতে, ভিৰৰ মাজত কোনো আঘাতপ্ৰাপ্ত হোৱা নাই অভিনেতাগৰাকী। শেষত তেওঁৰ গাড়ীৰ বাবে ধন দিব লগা হ’ল। জানিব পৰা মতে, অভিনেতাগৰাকী অহা কেইসপ্তাহমানৰ বাবে ছবিখনৰ শ্বুটিংৰ বাবে তিৰুৱানন্তপুৰমত থাকিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
বিমানখনত ১ লাখ লিটাৰ ইন্ধন আছিল, কোনো যাত্ৰীক বচোৱাৰ সুযোগেই নাছিল : অমিত শ্বাহ
মই জঁপিয়াই দিয়া নাছিলোঁ, চিটৰ সৈতে বাহিৰলৈ পৰিলোঁ! বিমান দুৰ্ঘটনাৰ পৰা কেনেকৈ বাচিল ক’লে ৰমেশ বিশ্বাস কুমাৰে
প্ৰচণ্ড ৰ’দতো শৰীৰত নপৰিব গৰমৰ প্ৰভাৱ, কিদৰে ল'ব স্বাস্থ্যৰ যতন
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?