--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৱাওচাও : 'এবাৰ নোৱাৰিলে এশবাৰ কৰা'- কথাষাৰ তাৎপৰ্য নিশ্চয় সকলোৱে বুজি পায়৷ এই কথাষাৰৰ এক উৎকৃষ্ট প্ৰমাণ দেখুৱালে পোলেণ্ডৰ এজন ব্যক্তিয়ে৷ ড্ৰাইভিং লাইচেঞ্চৰ লাভৰ বাবে ১৭ বছৰ ধৰি এজন লোকে অৱতীৰ্ণ হৈ আছে পৰীক্ষাত। তেওঁ এতিয়ালৈকে ১৯২ বাৰ পৰীক্ষা দি এবাৰো পৰীক্ষাত উত্তীৰ্ণ হোৱা নাই।

আৰু পঢ়িব পাৰিব : ‘ৰাম মহল’ বা ‘শিৱ মহল’লৈ সলনি হ’ব তাজমহলৰ নাম!

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, পোলেণ্ডৰ পিট্ৰকোউ ট্ৰায়াবুনালস্কিৰ বাসিন্দা ৫০ বছৰীয়া লোকজনে বিগত ১৭ বছৰ ধৰি ড্ৰাইভিঙৰ অনুজ্ঞাপত্ৰৰ লাভৰ বাবে পৰীক্ষা দি আহিছে যদিও সফলতাৰ মুখ দেখাত ব্যৰ্থ হৈছে৷ তেওঁ মুঠ ১৯২ বাৰ পৰীক্ষাত বহি মুঠ ৬ হাজাৰ জলোটি(Zloty) বা ভাৰতীয় মুদ্ৰাৰ হিচাপত প্ৰায় ১.১৩ লাখ ব্যয় কৰিছে।

আৰু পঢ়িব পাৰিব : জন্মদিনত নতুন ছবিৰ ফাৰ্ষ্টলুক মুকলি কৰিলে আলিয়াই

পোলেণ্ডত ড্ৰাইভিং লাইচেঞ্চ পৰীক্ষাক প্ৰথমে তত্ত্ব পৰীক্ষা আৰু পাছত ব্যৱহাৰিক পৰীক্ষা দুটা ভাগত বিভক্ত কৰা হয়। তত্ত্ব পৰীক্ষাত ৫০-৬০ শতাংশ লোক উত্তীৰ্ণ হ’লেও, ব্যৱহাৰিক পৰীক্ষাত মাত্র ৪০শতাংশ লোকহে উত্তীৰ্ণ হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?