--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক :অবৈধ বিদেশী নাগৰিকৰ বিৰুদ্ধে অভিযান চলাই আহমেদাবাদ আৰু চুৰাটৰ পৰা গুজৰাট আৰক্ষীয়ে শিশু-মহিলাসহ ১০০০তকৈ অধিক অবৈধ বাংলাদেশী প্ৰব্ৰজনকাৰীক আটক কৰে। 

গুজৰাটৰ গৃহ ৰাজ্য মন্ত্ৰী হৰ্ষ ছাংভীয়ে শনিবাৰে কয় যে এই অবৈধ বাংলাদেশী প্রব্রজনকাৰীসকলক বাংলাদেশলৈ বিতাৰণৰ ব্যৱস্থা কৰা হৈছে। 

মন্ত্ৰীজনে কয় যে গুজৰাট আৰক্ষীয়ে সর্ববৃহৎ অভিযান চলাই আহমেদাবাদৰ পৰা ৪৯০জন আৰু চুৰাটৰ পৰা ১৩৪জন অবৈধ বাংলাদেশীক আটক কৰে। মন্ত্ৰীজনে কয় যে যিসকল লোকে ৰাজ্যখনত অবৈধ বাংলাদেশীক আশ্রয় দি আছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ ব্যৱস্থা লোৱা হ'ব।

উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?