--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী :‘মোদীয়ে ‘কা’, ৬নং দফা, অন্যান্য সমস্যা বুজি নাপায়’-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণক কটাক্ষ অসম প্ৰদেশ কংগ্ৰেছৰ৷ মোদীয়ে মিছা প্ৰতিশ্ৰুতি দি অসমত আকৌ ৰাজ কৰিব বিছাৰিছে৷ আজি ‘ৰাজীৱ ভৱন’ত অনুষ্ঠিত এক সংবাদমেলত মোদীৰ বিৰুদ্ধে অভিযোগ আনে অসম প্ৰদেশ কংগ্ৰেছে৷ এই সংবাদমেলত উপস্থিত থাকৰে সাংসদ গৌৰৱ গগৈ আৰু বিধায়ক ৰুপজ্যোতি কুৰ্মী৷

আৰু পঢ়িব পাৰিব : উত্তৰাখণ্ডত ভয়ংকৰ হিমস্খলন: পানীৰ ঢলত ভাঙিল ঋষিগংগা প্ৰকল্প

কেন্দ্ৰীয় চৰকাৰৰ ভুল নীতিৰ বাবে বাংলাদেশৰ অৰ্থনীতি ভাৰততকৈ আগবঢ়া বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ তেওঁৰ অভিযোগ, ইটোৰ পাছত সিটো সম্পত্তি বণিয়াক গটোৱাৰ উদ্দেশ্যে মোদী চৰকাৰৰ৷ এছ আই, এপিএছ চি পৰীক্ষাৰ কেলেংকাৰি ৰাজহুৱা নকৰিলে বিজেপি চৰকাৰে৷ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠানত ’২১ত মুখ্যমন্ত্ৰী কোন হ’ব তাৰেই অডিশ্যন হৈছিল বুলিও মন্তব্য গৌৰৱ গগৈৰ৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ অভিযোগ ৰাইজক মিছা সপোন দেখুৱাইছে মোদীয়ে৷ এটাৰ পাছত আনটো ৰাজহুৱা সম্পদ বিক্ৰী কৰিছে মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে৷

আৰু পঢ়িব পাৰিব : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান -গুৰুত্বপূৰ্ণ ঘোষণা মোদীৰ

আনহাতে বিজেপিৰ বহু নেতৃত্ব ছিণ্ডিকেটত জড়িত বুলিও অভিযোগ কংগ্ৰেছৰ৷ ‘কা’, ৬নং দফা, অন্যান্য সমস্যা বুজি নাপায় বুলিও কটাক্ষ মোদীক৷ মোদীয়ে ২ কোটি মানুহক ভূমিপট্টা প্ৰদানৰ ভুৱা প্ৰতিশ্ৰুতিও দিয়া বুলিও অভিযোগ কংগ্ৰেছৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?