--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্ত হ’ব জ্ঞানেশ কুমাৰ৷ ১৮ ফেব্ৰুৱাৰী অৰ্থাৎ আজি অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে৷১৯ ফেব্ৰুৱাৰীত দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰূপে দায়িত্ব গ্ৰহণ কৰিব জ্ঞানেশ কুমাৰে৷


২০২৯ চনৰ ২৬ জানুৱাৰীলৈ দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰূপে কাৰ্যনিৰ্বাহ কৰিব জ্ঞানেশ কুমাৰে৷ জ্ঞানেশ কুমাৰ কেৰালা কেডাৰৰ ১৯৮৮ বেটছৰ বিষয়া৷ ইয়াৰপূ্ৰ্বে বিভিন্ন মন্ত্ৰণালয়ত সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছে জ্ঞানেশ কুমাৰে৷নতুন আইন অনুসৰি নিযুক্তি প্ৰদান কৰা হৈছে জ্ঞানেশ কুমাৰক৷

মুখ্য নিৰ্বাচন আয়ুক্ত আৰু অন্যান্য নিৰ্বাচন আয়ুক্ত (নিযুক্তি, সেৱাৰ চৰ্ত আৰু কাৰ্যকাল) আইন, ২০২৩ৰ ৪ নং ধাৰাত প্ৰদান কৰা ক্ষমতাৰ অধীনত নিযুক্তি প্ৰদান কৰা হৈছে জ্ঞানেশ কুমাৰক৷ জ্ঞানেশ কুমাৰৰ ঠাইত নতুন নিৰ্বাচন আয়ুক্ত হ’ব ড০ বিবেক যোশী৷ ১৯৮৯ বেটছৰ হাৰিয়ানা কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিবেক যোশী৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?