--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

 

০১/০১/২৫, বুধবাৰ


মেষ ৰাশি : বন্ধুত্বপূৰ্ণ ব্যৱহাৰ কৰক ৷ লিখক আৰু শিল্পীসকলৰ বাবে ফলপ্ৰসূ হ’ব । ভাতৃ-ভগ্নীৰ মাজৰ সম্পৰ্ক সুখদায়ক হ’ব । মধ্যাহ্নৰ পিচত, মানসিক অস্থিৰতা আৰু উত্‍সাহৰ অভাৱ দেখা পাব পাৰে । বন্ধু-বৰ্গৰ লগত ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে । বিত্ত বিষয়ক সুচাৰুৰূপে পৰিকল্পনা কৰক ৷ পৰিয়ালৰ লগত আনন্দময় সময় কটাওক ৷


বৃষ ৰাশি : সকলো মহত্বপূৰ্ণ কামত ভাগ লওক ৷ আৰ্থিক দিশত লাভ হোৱাৰ সম্ভাৱনা আছে । মানসিক আৰু শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব ৷ পৰিয়ালৰ সৈতে সময় কটাওক । আপোনাৰ অসংযত ব্যৱহাৰৰ বাবে অন্য লোক বিৰক্ত হ’ব পাৰে । সম্ভৱপৰ হ’লে সকলো গুৰুত্বপূৰ্ণ কাম দুপৰীয়াৰ আগতেই সমাপ্ত কৰক ৷


মিথুন ৰাশি : সাৱধানেৰে চলক। ঘৰত বিবাদ হ’ব পাৰে । মানসিক আৰু শাৰীৰিকভাৱে অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ দুপৰীয়াৰ পিচত আপুনি উত্‍সাহিত অনুভৱ কৰিব । ঘৰুৱা পৰিৱেশ শান্ত হ’ব ৷ মনোবল বৃদ্ধি পাব । বিনোদনৰ ক্ষেত্ৰত ব্যয় হ’ব পাৰে ।


কৰ্কট ৰাশি : ব্যৱসায়ত লাভান্বিত হ’ব । ভ্ৰমণৰ পৰিকল্পনা কৰাৰ সম্ভাৱনা আছে। দুপৰীয়াৰ পিচত মানসিক অস্থিৰতা অনুভৱ কৰিব পাৰে ৷ স্বাস্থ্যৰ অৱনতি হোৱাৰ সম্ভাৱনা আছে । চকুৰ সমস্যা হ’ব পাৰে । দুৰ্ঘটনা আৰু অঘটন হোৱাৰ পৰা সতৰ্ক থাকক।



সিংহ ৰাশি : নতুন কাম আৰম্ভ কৰিবৰ বাবে এটা শুভ দিন। সকলো অসম্পূৰ্ণ কাম সম্পূৰ্ণ হ’ব । বন্ধু আৰু সম্পৰ্কীয় লোকৰ পৰা উপহাৰ পোৱাৰ সম্ভাৱনা আছে । বেতন বৃদ্ধি হ’ব পাৰে । পৰিয়ালৰ লগত সময় পাৰ কৰক ৷


কন্যা ৰাশি : আপোনাৰ কামৰ পৰা অন্যলোক উপকৃত হ’ব পাৰে। দীঘলীয়া ভ্ৰমণৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ পৰ্য্যাপ্ত যত্ন লওক। কৰ্মক্ষেত্ৰত শুভ ৷ চাকৰি কৰা সকলৰ পদোন্নতিৰ সম্ভাৱনা আছে।



তুলা ৰাশি : অত্যাধিক কামৰ চাপ আৰু শাৰীৰিক জড়তাৰ বাবে মানসিক উদ্বিগ্নতা হব পাৰে । অস্বাস্থ্যকৰ খাদ্য খোৱাৰ পৰা বিৰত থাকক। ভ্ৰমণত বাধাৰ সন্মুখীন হ’ব পাৰে। বিদেশ ভ্ৰমণৰ সুযোগ লাভ কৰিব পাৰে । ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে।



বৃশ্চিক ৰাশি : পুৱা উঠি সতেজ আৰু সুস্থ অনুভৱ কৰিব । বন্ধু আৰু সম্পৰ্কীয়ৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণ কৰক । দুপৰীয়াৰ পিচত হঠাতে মানসিক আৰু শাৰীৰিক অস্থিৰতা অনুভৱ কৰিব ৷ খাদ্যৰ যত্ন লওক । ভ্ৰমণত বাধাৰ সন্মুখীন হ’ব পাৰে ।



ধনু ৰাশি : দিনটো শান্তিৰে পাৰ হ’ব । আপুনি আৰম্ভ কৰা সকলো কাম সম্পূৰ্ণ হ’ব । আকস্মিকভাৱে আৰ্থিক লাভ হ’ব পাৰে । পাৰিবাৰিক জীৱন আনন্দময় হ’ব । ব্যৱসায়ীসকলৰ বাবে শুভ । সৰু ভ্ৰমণৰ যোগ আছে । বিদেশত থকা আত্মীয়ৰ পৰা ভাল খবৰ আহিব পাৰে ।


মকৰ ৰাশি : আশা অনুসৰি কামৰ ফল নাপাব । স্বাস্থ্য ভালে থাকিব। বাহিৰত খোৱাৰ পৰা বিৰত থাকক । দুপৰীয়াৰ পিচত অসম্পূৰ্ণ কামসমূহ সম্পূৰ্ণ হ’ব । অসুস্থ হৈ থকা সকলৰ স্বাস্থ্য উন্নত হ’ব । আৰ্থিক লাভৰ সম্ভাৱনা আছে ৷ কৰ্মক্ষেত্ৰত শুভ ৷


কুম্ভ ৰাশি : শিক্ষাৰ্থী, শিল্পী আৰু খেলুৱৈৰ বাবে দিনটো শুভ । চৰকাৰ আৰু পিতৃপক্ষৰ পৰা উপকৃত হোৱাৰ সম্ভাৱনা আছে । মানসিকৰূপে সুস্থিৰ হৈ থাকিব ৷ বাহিৰত খোৱাৰ পৰা বিৰত থাকক ৷ পেটৰ অসুখৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীৰ বাবে দিন শুভ ৷ আৰ্থিক দিশত ভাল ৷



মীন ৰাশি : কাল্পনিক জগতত বাস কৰাৰ সম্ভাৱনা আছে । সৃজনমূলক ক্ষমতাত লিপ্ত হওক ৷ বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত সুস্বাদ্যু আহাৰ গ্ৰহণৰ যোগ আছে ৷ মনোযোগ আৰু আত্ম-বিশ্বাসেৰে দৈনিক কামসমূহ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব । শিক্ষাৰ্থীৰ বাবে এটা ভাল দিন । শিশুসকলৰ বাবে লাভদায়ক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?