--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%


২৭ ছেপ্টেম্বৰ, মঙলবাৰ, ২০২২

মেষ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ভাল যাব। প্ৰেম সুন্দৰ।

বৃষ : ৰাজনৈতিক আৰু সমাজকর্মীসকলৰ বাবে শুভ। কর্মত মধ্যম। প্রেমত শুভ। খৰচ বাঢ়িব।

মিথুন : কর্মক্ষেত্ৰত ভ্ৰমণৰ যোগ। হঠাৎ লোৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ দিব। বিদ্যাত শুভ।

কর্কট : মাটি-সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেচা বাঢ়িব। প্ৰেমত খেলিমেলি হ’ব পাৰে।

সিংহ : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান। 

কন্যা : সমাজসেৱী সকল অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজায় ৰাখক। 

তুলা : অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত হ’ব। ভবাতকৈ অধিক ধন আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব।

বৃশ্চিক : আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্ৰত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান।

ধনু : আর্থিকত ভাল। ভ্ৰমণত শুভ। পুৰণা মামলা মোকৰ্দমাৰ পৰা মুক্ত হ’ব। প্ৰেমত শুভ।

মকৰ: শৰীৰৰ প্রতি যত্ন লোৱা দৰকাৰ। যোগ্য স্থান প্রাপ্তিৰ যোগ। কৰ্মত শুভ। আয় বাঢ়িব।

কুম্ভ : হেৰুওৱা সম্পত্তি পুনৰ লাভ কৰিব পাৰে। বিদ্যাত শুভ। শৰীৰ সম্পর্কে উদাস নহ’ব। মাতৃৰ শুভ 

মীন : বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি সমৃদ্ধি বজাই ৰাখক। হালধীয়া বস্ত্র পৰিধান কৰক।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?