২৫ ফেব্ৰুৱাৰী,২০২২,শুকুৰবাৰ
মেষ : ভাবি-গুণি সিদ্ধান্ত গ্ৰহণ কৰক। ৰাজনীতিবিদৰ শুভ। সংগীত, সাহিত্যত সাফল্য অৰ্জন।
বৃষ : স্বাস্থ্যই আমনি কৰিব। বাহিৰৰ খাদ্য নাখাব। কৰ্তব্যৰ ফল পাব। প্ৰেমত শুভ।
মিথুন : হতাশা আঁতৰিব। আনক সহায় কৰি সুখী হ'ব। ভ্ৰমণত শুভ।
কৰ্কট : বন্ধুৰ সহযোগ। দূৰ ভ্ৰমণৰ যোগ। উপহাৰ লাভ।
সিংহ : কৰ্মত সাফল্য। সুনাম বাঢ়িব। খং নিয়ন্ত্ৰণ কৰক।
কন্যা : কৰ্মত কৰ্তৃত্ব ৰক্ষা কৰিব পাৰিব। কোনোবাই প্ৰতাৰণা কৰিব পাৰে। আলহী আহিব।
তুলা : কোনো প্ৰতিযোগিতাত জয়লাভ। খৰচ বৃদ্ধি। দাঁতৰ বিষ হ'ব পাৰে।
বৃশ্চিক : মনোবল বাঢ়িব। সংঘাত আঁতৰিব। মাতৃৰ শুভ। প্ৰেমত মধ্যম।
ধনু : মনত অস্থিৰতা বাঢ়িব। বেমাৰ দূৰ হ'ব। বন্ধুৰ সৈতে সংঘাত।
মকৰ : বন্ধুত্বৰ সুখ। আনৰ প্ৰতি সহনশীল হওঁক। স্বাস্থ্যত শুভ। প্ৰেমত মৰম বাঢ়িব।
কুম্ভ : আপোনাৰ কামক আনে প্ৰশংসা কৰিব। মনৰ অস্থিৰতা আঁতৰিব। প্ৰেমত হতাশা।
মীন : বন্ধুত্বৰ সুখ পাব। ভ্ৰমণ সফল। ব্যৱসায়ত শুভ। ঘৰুৱা শান্তি বৰ্তি থাকিব।