--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

৬ আঘোন, মঙলবাৰ, ইং ২৩ নৱেম্বৰ, ২০২১

মেষ ৰাশি : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত শুভ আঁচনি গ্ৰহণৰ সুযোগ লাভ কৰিব পাৰে, প্ৰেমত শুভ হ'ব লগতে আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ধন লাভ হ'ব, সন্মান লাভ হ'ব, যদিও আজি আপুনি সকলো দিশতে সজাগ হোৱাটো ভাল হ'ব।

মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ সফল হ'ব, ঘৰুৱা দিৱত উন্নতি হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনৰ উৎসাহ হ্ৰাস হ'ব পাৰে, লগতে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত শুভ হ'ব, পাৱলগীয়া ধন ঘূৰাই পাৱ পাৰে, লগতে আজি আপোনাৰ প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।

কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ পৰিয়ালৰ শুভ হ'ব, দ্ৰব্য লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য মনোমালিন্য হোৱাৰ যোগ দেখা যায়।

তুলা ৰাশি : তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ বিপৰীত লিংগৰ পৰা সহায় সহযোগিতা লাভ হ'ব, ভ্ৰমণৰ সুযোগ লাভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত সফল হ'ব, ভ্ৰমণৰ সুযোগ লাভ কৰিব, লগতে মনত সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

ধনু ৰাশি : ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত সন্তান সুখ লাভ হ'ব, সন্মান বাঢ়িব, লগতে আৰ্থিক দিশত শুভ হোৱাৰ যোগ দেখা যায়।

মকৰ ৰাশি : - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ হ'ব, যদিও আজি আপুনি সজাগ নহ'লে মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে, লগতে সামান্য ব্যয় বৃদ্ধি পোৱাৰ যোগ দেখা যায়।

কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত ধন সম্পদ লাভ হ'ব, দ্ৰব্য লাভ হ'ব, লগতে শিল্পী সকলৰ শুভ হোৱাৰ যোগ দেখা যায়।

মীন ৰাশি : মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক শান্তি লাভ হ'ব, উত্তম ভোজন লাভ হব, যদিও আজি আপুনি সজাগ নহ'লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?