--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
৬ জানুৱৰী ২০২৫, সোমবাৰ

মেষ ৰাশি: সাৱধানতা অৱলম্বন কৰক ৷ চাপ আৰু দুশ্চিন্তাত থাকিব ৷ দিনটো অস্থিৰ হৈ থাকিব ৷ পৰিয়ালৰ লোকৰ সৈতে কোনো বিবাদ বা সংঘাত হ’লে মনে মনে থাকক ৷ সহকৰ্মীসকলৰ সৈতে কোনো ধৰণৰ আলাপ-আলোচনা কৰাৰ পৰা বিৰত থাকক ৷

বৃষ ৰাশি: দিনটো আনন্দৰে পাৰ কৰিব৷ কথা কওতে সাৱধানে থাকিব ৷ শত্ৰুসকলৰপৰা সাৱধান ৷ প্ৰেমত শুভ ৷  আৰ্থিক ক্ষতি হ’ব পাৰে ৷ ধন উপাৰ্জন কমিব পাৰে ৷

মিথুন ৰাশি: শুভ দিন ৷ ব্যায়াম কৰক ৷ শাৰীৰিক আৰু মানসিকভাৱে তজবজীয়া অনুভৱ কৰিব পাৰে ৷ কৰ্মক্ষেত্ৰত ধীৰ-স্থিৰ শান্ত আৰু অনুকূল থাকিব ৷ সময়ৰ সুব্যৱহাৰ কৰিব ৷

কৰ্কট ৰাশি: কঠোৰ পৰিশ্ৰম কৰিলে সুফল লাভ কৰিব ৷ স্বাস্থ্য বৰ ভাল নাথাকিব ৷ পেটৰ গণ্ডগোল হ’ব পাৰে ৷ লাভ বৃদ্ধি হ’ব ৷

সিংহ ৰাশি: নিয়মীয়া কাম-কাজৰ পৰা অলপ আঁতৰি আহি আধ্যাত্মিকতা আৰু অধিবিদ্যাৰ দিশত আকৃষ্ট হ’ব পাৰে ৷ কথা কোৱাৰ সময়ত সতৰ্ক থাকক ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰিব পাৰে ৷ উত্তেজিত আৰু উদ্বিগ্ন হৈ থাকিব ৷ সৰুসুৰা কোনো সমস্যাত পৰিলে সহকৰ্মীসকলক ভৰসা কৰিব পাৰে ৷ স্বাস্থ্য আৰু সুস্থতাৰ প্ৰতি যত্নশীল হওঁক ৷ সন্তানৰ ভৱিষ্যতক লৈ অত্যধিক চিন্তা নকৰিব ৷ ইতিবাচক মনোভাৱ বৰ্তাই ৰাখক ৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ ভাগ্য সুপ্ৰসন্ন ৷ দিনটো আনন্দৰে কটাব ৷ দুশ্চিন্তাই আগুৰি ধৰিব ৷ মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে ৷ নৈ-পুখুৰী আদিৰ পৰা সাৱধানে থাকিব ৷

তুলা ৰাশি: ইতিবাচক হৈ থাকক আৰু নেতিবাচক মনোভাৱ এৰাই চলক ৷ ঘৰত কোনো ধৰণৰ কাজিয়া বিবাদ সৃষ্টি হ’বলৈ নিদিব ৷ সম্ভৱ হ’লে নিজৰ মুখত তলা লগাই ৰাখক ৷ নতুন প্ৰকল্প আৰম্ভ কৰিব পাৰে ৷ ভ্ৰমণৰ যোগ আছে ৷

বৃশ্চিক ৰাশি: দিনটো মধ্যমীয়া ৷ সুখী আৰু পৰিতৃপ্ত হৈ থাকিব ৷ দিনটো পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব ৷ সু-সংবাদ লাভ কৰিব পাৰে ৷ দিনটো ভালে যাব ৷ সাৱধানে থাকিব ৷ খৰচ বৃদ্ধি ৷ ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ ক্ষেত্ৰত কিছু সমস্যাত পৰিব পাৰে ৷

ধনু ৰাশি: দুৰ্ঘটনাত পৰিব পাৰে ৷ সাৱধানে থাকক ৷ গ্ৰহ আজি অনুকূলত নাই ৷ ব্যয় বৃদ্ধি ৷ হাঁহিৰে দিনটো কটাব ৷

মকৰ ৰাশি: ব্যৱসায়ী আৰু পেছাদাৰসকলৰ বাবে দিনটো প্ৰতিশ্ৰুতিপূৰ্ণ ৷ বিৰক্তি আৰু চাপ বাঢ়িব পাৰে ৷ বিতৰ্কৰ সৃষ্টি হ’ব পৰা বা বিবাদত লিপ্ত হ’ব পৰা পৰিস্থিতি এৰাই চলক ৷ খৰচ বৃদ্ধি ৷

কু​ম্ভ ৰাশি: দিনটো লাভদায়ক হ’ব পাৰে ৷ ব্যৱসায়ী আৰু পেছাদাৰসকলৰ কাৰণে দিনটো লাভদায়ক ৷ পদোন্নতি হ’ব পাৰে ৷ দিনটো শুভ ৷

মীন ৰাশি: ভাগৰুৱা অনুভৱ কৰিব ৷ পৰিয়ালৰ লোক আৰু সম্বন্ধীয় ভাইভনীসকলৰ লগত সম্পৰ্ক ভাল হ’ব ৷ সাহিত্য আৰু লেখামেলাৰ এটা নতুন চখ মনত উপজিব ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?