--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ সংস্থা, নাছাই সতর্কবাণী জাৰি কৰি কয় যে পৃথিৱীৰ দিশলৈ অন্য এটা বৃহৎ গ্রহাণু অগ্ৰসৰ হৈছে। গ্রহাণু ২০১৪ টি এন ১৭ পৃথিৱী অভিমুখে প্রতি ঘণ্টাত ৭৭,২৪২ কিল'মিটাৰ বেগত অগ্ৰসৰ হৈছে বুলি মহাকাশ সংস্থাটোৱে সতৰ্ক কৰি দিছে। 

ভাৰতৰ তাজমহলৰ প্ৰায় দুগুণ আকৃতিৰ ৫৪০ ফুটৰ এই বিশাল মহাকাশৰ গ্ৰহাণুটো পৃথিৱীৰ দিশে আহি আছে আৰু এইটোক সম্ভাব্য বিপজ্জনক গ্রহাণু হিচাপে শ্রেণীবদ্ধ কৰা হৈছে। এই বিশাল গ্রহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি নাছাই আশংকা কৰিছে।

এই গ্রহাণুৱে পৃথিৱীৰ দিশলৈ অন্য এটা বৃহৎ গ্রহাণু অগ্ৰসৰ হৈছে। গ্রহাণু ২০১৪ টি এন ১৭ পৃথিৱী অভিমুখে প্রতি ঘণ্টাত ৭৭,২৪২ কিল'মিটাৰ বেগত অগ্ৰসৰ হৈছে বুলি মহাকাশ সংস্থাটোৱে সতৰ্ক কৰি দিছে। ভাৰতৰ তাজমহলৰ প্ৰায় দুগুণ আকৃতিৰ ৫৪০ ফুটৰ এই বিশাল মহাকাশৰ গ্ৰহাণুটো পৃথিৱীৰ দিশে আহি আছে আৰু এইটোক সম্ভাব্য বিপজ্জনক গ্রহাণু হিচাপে শ্রেণীবদ্ধ কৰা হৈছে। 

এই বিশাল গ্রহাণুটোৱে পৃথিৱীৰ কাষেৰে পাৰ হৈ যোৱাৰ প্ৰবল সম্ভাৱনা আছে বুলি নাছাই আশংকা কৰিছে।


উৎসঃ দৈনিক জনমভূমি
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?