--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী থকাৰ সময়তে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দিল্লীৰ আপৰ চৰকাৰখনক এটা গুৰুতৰ বিষয় লৈ আক্ৰমণৰ লক্ষ্য কৰি লয়। 

এদল ছাত্ৰ-ছাত্ৰীৰ লগত মত বিনিময় কৰাৰ সময়ত প্রধানমন্ত্রী মোদীয়ে অভিযোগ কৰে যে চৰকাৰখনে নিজৰ প্ৰতিচ্ছবি জনসাধাৰণৰ মাজত অক্ষুণ্ণ ৰাখিবলৈ ব'ৰ্ডৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ নিশ্চিতি প্রদান কৰা ছাত্ৰ-ছাত্ৰীসকলকহে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ উত্তীর্ণ কৰে।

প্রধানমন্ত্রী মোদীয়ে কয় যে দিল্লীত নৱম শ্ৰেণীত যিসকল ছাত্র-ছাত্রীয়ে দুর্বল প্রদর্শন আগবঢ়াই তেওঁলোকক দশম শ্ৰেণীলৈ উন্নীত কৰা নহয়। যিসকল ছাত্র-ছাত্রীয়ে ব'ৰ্ডৰ পৰীক্ষাত উত্তীর্ণ হ'ব বুলি নিশ্চিতি প্রদান কৰে, তেওঁলোককহে দিল্লী চৰকাৰে দশম শ্ৰেণীলৈ উন্নীত কৰে বুলি  অভিযোগ কৰে। 

দিল্লীৰ চৰকাৰৰ 'শিক্ষা মডেল' সফল হোৱাৰ বিষয়ত জাহিৰ কৰিবলৈ অৰবিন্দ কেজৰিৱালৰ আম আদমি পার্টিয়ে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে বুলি অভিযোগ কৰে প্রধানমন্ত্রী মোদীয়ে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?