--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

১৯ ভাদ, দেওবাৰ, ৫ ছেপ্টেম্বৰ
তিথিঃ কৃষ্ণা ত্ৰয়োদশী, নক্ষত্ৰঃ ৯নং অশ্লেষা
মেঘ : শাৰীৰিক দিশত শুভ কাৰক হ'ব যদিও মনৰো সুখ অটুট থাকিব৷
বৃষ : শৰীৰৰ শুভ কাৰক৷ মনৰ অশান্তি বৃদ্ধি হ'ব পাৰে।
মিথুন : শৰীৰত বিষজনিত ৰোগৰ যোগ৷ মানসিক ক্ষেত্ৰত শুভ কাৰক৷
কৰ্কট : শৰীৰৰ ক্ষেত্ৰত শুভ যদিও সন্ধিয়ালৈ অশান্তিৰ কাৰক হ'ব পাৰে৷ প্ৰেম-প্ৰীতিত মধ্যমীয়া৷
সিংহ : শৰীৰত ৰোগে দেখা দিব পাৰে৷ শিক্ষাৰ্থীৰ উচ্চবিদ্যাৰ উৎসাহ-উদ্দীপনা বৃদ্ধি পাব৷
কন্যা : প্ৰেমত শুভ৷ আৰ্থিক, বাণিজ্য আৰু কৰ্মক্ষেত্ৰত লাভৱান হ'ব৷
তুলা : শৰীৰ সুস্থ হৈ থাকিব৷ প্ৰেম-প্ৰীতি আৰু সাংসাৰিক ক্ষেত্ৰত মধ্যমীয়া।
বৃশ্বিক : শাৰীৰিক মধ্যমীয়া হ'ব৷ মানসিক অশান্তি বৃদ্ধি৷
ধনু : শৰীৰ শুভ৷ প্ৰেম-প্ৰীতিত সুখ-শান্তি।
মকৰ : শাৰীৰিক অসুস্থতাৰ যোগ৷ মনৰ অশান্তিও হ'ব পাৰে৷
কুম্ভ : শাৰীৰিকভাৱে শুভ যদিও মানসিক অশান্তি বৃদ্ধি হ'ব পাৰে৷
মীন : শৰীৰৰ সুস্থতাৰ যোগ৷ মানসিক অস্থিৰতা বাঢ়িব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?