২২আহিন , সোমবাৰ, ইং ১৮ অক্টোবৰ ২০২১
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো স্বাস্থ্যৰ যতন লওক ৷ জিৰণিৰ প্ৰয়োজন ৷ সাৱধানতা অৱলম্বন কৰক ৷
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলে আজিৰ দিনটো মধ্যমীয়া ৷ যুক্তিৰে সকলো কথা বিবেচনা কৰক ৷ ভাগ্য ভাল ৷
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আবেগক নিয়ন্ত্ৰণ কৰক ৷ ধৈৰ্যৰে সকলো কথা বিবেচনা কৰক ৷
কৰ্কট ৰাশি : কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ দিনটো শুভ ৷ পৰিয়ালৰ সৈতে সম্পৰ্ক উন্নত ৷ প্ৰেমত শুভ৷
সিংহ ৰাশিৰ : সিংহ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ খৰচ বৃদ্ধি ৷
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক-জাতিকাসকলে আজি নিজৰ ওপৰত ভৰসা ৰাখি প্ৰতিভাৰ সদ ব্যৱহাৰ কৰক ৷ ভাগ্য প্ৰায় ভাল৷
তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ বাবে আজি দিনত কর্মত কঠোৰ পৰিশ্ৰম কৰিব লাগিব যদিও আনন্দিত হ’ব ৷ প্ৰশংসা লাভ ৷ শিক্ষার্থী সকলৰ বাবে শুভ দিন ৷
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ প্ৰশংসা লাভ কৰিব৷
ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো কিছু খেলি-মেলিৰ সৃষ্টি হ’ব পাৰে ৷ মানসিক অশান্তি হ’ব পাৰে ৷ স্বাস্থ্যৰ যতন লওক ৷
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটো প্ৰায় শুভ ৷ আনন্দময় দিন হʼব ৷ স্বাস্থ্যৰ যতন লওক ৷
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ আজি দিনটো শুভ ৷ সফল লাভ ৷ পৰিশ্ৰমৰ ফল লাভ ৷ গ্ৰহৰ স্থান ভাল ৷
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজি ব্যৱসায়ত ব্যস্ততা বৃদ্ধি ৷ কর্মত ব্যস্ততাৰ প্ৰভাৱ ব্যক্তিগত জীৱন পৰিব ৷ সন্ধিয়ালৈ মনৰ আশাৰ পূৰণ হ’ব পাৰে ৷