--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ৰাশিফলত আজিৰ দিনটো,কেনে হ’ব আপোনাৰ?

২৩ ভাদ, বৃহস্পতিবাৰ, ৯ ছেপ্টেম্বৰ, ২০২১ 

মেষ ৰাশি: মেষ ৰাশিৰ জাতক-জাতিকাসকলে আজি নতুন বন্ধু লাভ কৰাৰ যোগ৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকাসকলৰ বিবাহৰ যোগ দেখা যায়৷ আৰ্থিক চিন্তা৷

মিথুন ৰাশি: মিথুন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত উকীলৰ সুনাম বৃদ্ধি পাব৷
কৰ্কট ৰাশি : কৰ্কত ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততা বৃদ্ধি৷ বন্ধুৰ সহায়৷
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক-জাতিকাসকলে সাহসৰ পৰিচয় দিব লাগিব৷ পিতৃৰ দেহত ৰোগে দেখা দিব পাৰে৷

কন্যা ৰাশি: কন্যা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত অযথা সময় নষ্ট হ’ব পাৰে৷ নতুন আঁচনিৰ যোগ৷

তুলা ৰাশি: তুলা ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন৷ ঘৰুৱা চিন্তা৷

বৃশ্চিক ৰাশি: বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত সাহিত্য সেৱাৰ যুগ৷ ভ্ৰমণত বাধা৷

ধনু ৰাশি: ধনু ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত ধনলাভৰ যোগ৷

মকৰ ৰাশি: মকৰ ৰাশিৰ জাতক-জাতিকাসকলৰ শুভ কাৰক৷ উৎসৱৰ যোগ৷
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলৰ তীৰ্ত ভ্ৰমণৰ যোগ৷ প্ৰেমত শুভ৷
মীন ৰাশি : মীন ৰাশিৰ জাতক-জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম উন্নতি হ'ব পাৰে৷ যান-বাহন লাভ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?