--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বুধবাৰ। আজি গ্ৰহৰ ৰাজকুমাৰ বুধ আৰু প্ৰথম উপাসক গণেশৰ নামত উচৰ্গা কৰা হৈছে। বুধবাৰে গণেশক পূজা কৰি আশীৰ্বাদ লাভ কৰে। তেওঁলোকৰ সুখ, সৌভাগ্য, ধন-সম্পত্তি আদি বাঢ়ি যায়। যদি কোনো ব্যক্তিৰ ৰাশিফলত বুধ গ্ৰহ দুৰ্বল হয়, তেন্তে গণেশজীক পূজা কৰিও বুধ গ্ৰহ শক্তিশালী কৰাৰ লগতে ব্যৱসায়ত অগ্ৰগতি লাভ কৰে আৰু তেওঁৰ ব্যক্তিত্ব আকৰ্ষণীয় হৈ পৰে।

 বুধবাৰে কৰক এই ব্যৱস্থাসমূহ-

* যদি আপুনি ব্যৱসায়ত অগ্ৰগতি লাভ কৰা নাই, তেন্তে বুধবাৰে এটা পাত্ৰত বগা সুগন্ধি ফুলৰ গছ ৰোপণ কৰি অফিচৰ পূব দিশত ৰাখক। এই প্ৰতিকাৰে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ উপৰি বহু দূৰদূৰণিলৈ খ্যাতি বিয়পিবলৈ ধৰে।

* যদি আপোনাৰ ঘৰত সদায় আৰ্থিক সকটে দেখা দিয়ে, তেন্তে ইয়াৰ বাবে বুধবাৰে ৰূপালী আঙঠি এটা বনাই সোঁহাতৰ আঙুলিত পিন্ধিব। এনে কৰিলে অধিক ব্যয় বন্ধ হোৱাৰ বিপৰীত আয় বৃদ্ধি হ’ব।

* যদি আপুনি কোনো মানসিক সমস্যাৰে যুঁজি আছে ​​আৰু কোনো সমাধান সূত্ৰ পোৱা নাই। তেন্তে ইয়াৰ পৰা হাত সাৰিবলৈ বুধবাৰে আপুনি শোৱা কোঠাটোত মাটিৰ চাকিত ২টা কৰ্পূৰ জ্বলাই গোটেই কোঠাটোত তাৰ তাপ দিয়ক আৰু কোঠাৰ এটা চুকত ৰাখিলে মানসিক লাহে লাহে হ্ৰাস পাব।

* যদি আপুনি বিচাৰে যে আপোনাৰ ঘৰত স্থায়ী সুখ আৰু সমৃদ্ধি অটুট থাকিব লাগে, তেন্তে ঘৰত শংখ স্থাপন কৰি প্ৰতিদিনে পূজাৰ সময়ত ব্যৱহাৰ কৰক। এনে কৰিলে আপোনাৰ সুখ আৰু সমৃদ্ধি সদায় অটুট থাকিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?