--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

কৰিমগঞ্জঃ বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। নিৰ্বাচনী প্ৰচাৰৰ বাবে আজি অসমলৈ আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কৰিমগঞ্জৰ ভাটগ্ৰামৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত থাকে প্ৰধানমন্ত্ৰীগৰাকী। সভাত প্ৰধানমন্ত্ৰীক আদৰণি জনায় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

আৰু পঢ়িব পাৰিব : ‘অজাপ বিজেপিৰ বি’টিম’ – মন্তব্য দলত্যাগী নেতাৰ !


ভাষণৰ আৰম্ভণিতে কৰিমগঞ্জবাসীক ‘নমস্কাৰ কৰিমগঞ্জ’-বুলি বাংলাতে সম্বোধন কৰে মোদীয়ে। সুভাষ চন্দ্ৰ বসু, লাচিত বৰফুকনৰ বীৰত্বক স্মৰণ প্ৰধানমন্ত্ৰীগৰাকীৰ। ‘মুখ্যমন্ত্ৰী সোণোৱালৰ নেতৃত্বত ৰাজ্যত বিকাশৰ ধাৰা বৈছে’- বুলিও ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে। দৌল উৎসৱ, বাঙালী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।

আৰু পঢ়িব পাৰিব : দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ অসমলৈ আহিব কংগ্ৰেছৰ যুৱৰাজ !


বৰাকত মিনি ছেক্ৰেটেৰিয়েট স্থাপনৰ আশ্বাস প্ৰধানমন্ত্ৰীগৰাকীৰ। মীন পালনৰে অসমক স্বাৱলম্বী কৰাৰ আশ্বাস মোদীৰ। লগতে তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে যে, ‘বৰাক উপত্যকাক বিকশিত কৰিছে এনডিএ চৰকাৰে’। বৰাকত ৰে’ল সেৱাও উন্নত হোৱা বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। অসমৰ চাহৰ প্ৰসংগতো তেওঁ মন্তব্য আগবঢ়ায়। লাখ লাখ লোকক ভূমিপট্টা বিজেপি চৰকাৰে প্ৰদান কৰাৰ কথা ব্যক্ত কৰাৰ লগতে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?