--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশৰ গাজীপুৰ জিলা প্রশাসকৰ কাৰ্যালয়ৰ সন্মুখত বৈষম্য বিৰোধী আন্দোলনৰ শিক্ষার্থীসকলক লক্ষ্য কৰি শুকুৰবাৰে দুবৃর্ত্তই আক্রমণ চলায়। 

শুকুৰবাৰে সন্ধিয়া চহৰখনৰ জোৰ পুখুৰী পাৰৰ দিশৰ পৰা মটৰচাইকেলেৰে অহা দুর্বৃত্তই শিক্ষার্থীসকলক লক্ষ্য কৰি গুলীচালনা কৰে। এই গুলীচালনাত মোবাশ্বেৰ হোসেন (২৬) নামৰ ছাত্ৰজন আহত হয়। আনহাতে, বাংলাদেশৰ আইন-শৃংখলা পৰিস্থিতি স্বাভাৱিক কৰাৰ লক্ষ্যৰে আৰু সন্ত্রাসবাদীবোৰক আইনৰ আওতালৈ আনিবলৈ শনিবাৰৰ পৰা গাজীপুৰ এলেকাসহ সমগ্র দেশতে যৌথ বাহিনীৰ সমন্বয়ত 'অপাৰেশন ডেভিল হান্ট” দেশখনৰ অন্তৰ্বতী চৰকাৰে আৰম্ভ কৰে। শনিবাৰে ঢাকাৰ গৃহ মন্ত্ৰ্যালয়ে নিৰাপত্তা বাহিনীৰ সমন্বয়ত অনুষ্ঠিত কৰা এখন বৈঠকত এই সিদ্ধান্ত লয়।

(উৎস দৈনিক জনমভূমি)
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?