--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজি বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণ পুৱা ৭.০ বজাৰ পৰা আৰম্ভ হৈ দুপৰীয়া ১২.২৯ বজাঅন্ত পৰিব। এইবাৰ সূৰ্যগ্ৰহণৰ মুঠ সময় ৫ ঘন্টা ২৪ মিনিট বুলি কোৱা হৈছে। বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে কোন কোন ৰাশিৰ ভাগ্যলৈ কঢ়িয়াই আনিব সুখ-সমৃদ্ধি আৰু সৌভাগ্য, সবিশেষ জানো আহক।

 বৃষ ৰাশি : জ্যোতিষশাস্ত্ৰ মতে বছৰৰ প্ৰথমটো সূৰ্যগ্ৰহণে এই ৰাশিৰ লোকসকলৰ জীৱনত অনুকূল ফলাফল কঢ়িয়াই আনিবএই সময়ছোৱাত বৃষ ৰাশি লোকসকলৰ আত্মবিশ্বাস বাঢ়িব। এই সময়ছোৱাত মাতৃৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক, খৰচ বাঢ়িব। বন্ধু-বান্ধৱৰ সমৰ্থনত উপকৃত হ’ব। পূৰ্বপুৰুষৰ সম্পত্তি লাভ হ’ব পাৰে, দীঘলীয়া যাত্ৰাৰো সম্ভাৱনা আছে।

 বৃশ্চিক ৰাশি : সূৰ্যগ্ৰহণে এই ৰাশিৰ লোকসকলৰ বাবে সুখ-সমৃদ্ধি কঢ়িয়াই আনিএই সময়ত বৃশ্চিক ৰাশিৰ লোকসকলৰ আত্মবিশ্বাসৰ লগতে শৈক্ষিক আৰু বৌদ্ধিক কামতো উন্নতি হ’ব। এই সময়ছোৱাত বৃশ্চিক ৰাশিৰ লোকসকলৰ আয় বাঢ়িব। ছাত্ৰ-ছাত্ৰীৰ মাজত মনোযোগিতা বৃদ্ধি পাব। পুৰণি বন্ধু-বান্ধৱীক লগ পাব পাৰে।

 মকৰ ৰাশি : মকৰ ৰাশিৰ লোকসকলো সূৰ্যগ্ৰহণৰ শুভ প্ৰভাৱ লাভ কৰিব। এই সময়ছোৱাত চাকৰি সলনি হোৱাৰ সম্ভাৱনা আছে, আয় বৃদ্ধিৰ সম্ভাৱনা সৃষ্টি হৈছে। কৰ্ম সূত্ৰে পৰিয়ালৰ পৰা দূৰত থাকিবলগীয়া হ’ব পাৰে। এইবাৰ সন্মান বৃদ্ধিৰ লগতে এই সময়ছোৱাত আবদ্ধ হৈ থকা ধন ঘূৰাই পাব।






FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?