--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
টি২০ ত অভিলেখ গঢ়াৰ পিছতো অসন্তুষ্ট হৈ পৰিল কিং কোহলী৷ অৱশ্যে এই অসন্তুষ্টিৰ কাৰণ স্বাভাৱিক৷ কোহলীৰ অনুমতি অবিহনেই গোপনীয়তা ভংগ কৰিলে হোটেলৰ কৰ্মচাৰীয়ে৷ টি২০ বিশ্বকাপত অংশ ল’বলৈ  পাৰ্থৰ ক্রাউন টাৱাৰ হোটেলত অৱস্থান বিৰাট কোহলীয়ে৷এইখন হোটেলৰে কৰ্মচাৰীয়ে ভাইৰেল কৰিলে কোহলীৰ কোঠাৰ ভিডিঅ’৷

 ভিডিঅ'টো হোটেলখনৰ কৰ্মচাৰী এজনে নিজেই বনাইছে। অৱশ্যে ইয়াৰ পিছতে কৰ্মচাৰীজনক  হোটেলৰ পৰা নিলম্বন কৰা হৈছে।  কৰ্মচাৰীজনেও ইয়াৰ বাবে কোহলীৰ ওচৰত ক্ষমা বিচাৰিছে। এই ভিডিঅ'টো বিৰাটৰ অনুপস্থিতিত তথা  বনোৱা হৈছিল। কোহলীয়ে  দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি থকাৰ সময়তে ভিডিঅ’টো বনোৱা হৈছিল৷ 

এই ভিডিঅ’টোৰ সম্পৰ্কে অসন্তুষ্টি প্ৰকাশ কৰি কোহলীয়ে নিজৰ প্ৰফাইলত ভিডিঅ’টো শ্বেয়াৰ কৰিছিল৷ 


“কিং কোহলীৰ হোটেল ৰুম” শিৰোনামাৰ  এই ভিডিঅ'টোত  কোহলীৰ কোঠাত টেবুলত চশমা, টুপী, ঈশ্বৰৰ মূৰ্তি ৰখা দেখা গৈছে। ইয়াৰ উপৰিও কেইবাযোৰ মূল্যৱান  জোতা আৰু এটা খোলা ছুটকেছো দেখা যায়। ছুটকেছত  কোহলীৰ টিম ইণ্ডিয়াৰ জাৰ্চী দেখা গৈছে৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?