--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

জোনাইঃ বিজেপিত যোগদান গণশক্তিৰ নেতা তথা জোনাইৰ বিধায়ক ভূবন পেগুৰ। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে জোনাইৰ বিধায়ক গৰাকীয়ে।

আৰু পঢ়িব পাৰিব : টিউটৰিয়েল হিচাপে নিযুক্তি পোৱা শিক্ষকৰ আত্মহত্যা…

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দললৈ আদৰণী জনায় বিধায়ক ভূবন পেগুক। NSUIৰো কেইবাগৰাকী প্ৰাক্তন সদস্যই যোগদান কৰে বিজেপিত।প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকীও নেতায়ো যোগদান কৰে বিজেপিত। প্ৰাক্তন কংগ্ৰেছৰ মন্ত্ৰী শৰৎ শইকীয়াৰ জীয়ৰী ৰস্মিতা শইকীয়াই বিজেপিত যোগদান কৰে।

আৰু পঢ়িব পাৰিব : ভাষণৰত অৱস্থাতে মঞ্চতে ঢলি পৰিল মুখ্যমন্ত্ৰী !

বাঙালী সংগঠনৰো বহু কেইগৰাকী নেতাই যোগদান কৰে বিজেপিত। বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়েও আজি যোগদান কৰে বিজেপিত। সভাপতি ৰঞ্জিত দাসৰ লগতে অনুষ্ঠানত উপস্থিত আছে মন্ত্ৰী পৰিমল শুক্লবৈদ্য, সাংসদ ভূৱনেশ্বৰ কলিতা, সাংসদ দিলীপ শইকীয়া, বিধায়ক ৰনোজ পেগু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?