--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অসমীয়া চলচ্চিত্ৰ জগতৰ এটি উজ্জ্বল নক্ষত্ৰ, মুনিন বৰুৱা যাক সকলোৱে মৰমতে সম্বোধন কৰিছিল ‘ভাইমন দা’ বুলি । ‘ভাইমন দা’ কেৱল এটা নামেই নহয়, অসমীয়া চলচ্চিত্ৰ জগতৰ এক সত্তা । 

অসমীয়া চলচ্চিত্ৰ জগতখনত খোজ পেলোৱা ভাইমন দায়ে পৰৱৰ্তী সময়ত পিতা-পুত্ৰ, পাহাৰী কন্যা, প্ৰভাতী পখীৰ গান, হিয়া দিয়া নিয়া, দাগ, নায়ক, কন্যাদান, বিধাতা, ৰং, বাৰুদ, দীনবন্ধু, ৰামধেনু, প্ৰিয়াৰ প্ৰিয়কে ধৰি সৰ্বমুঠ ১৪ খন চিনেমা নিৰ্মাণ কৰি অসমীয়া ছবি জগতলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে ।

জিল ক্রিয়েচনছৰ বেনাৰত আৰু শশাংক সমীৰৰ পৰিচালনাত নিৰ্মাণ কৰা হৈছে এই ছবিখন। ছবিখনত প্রায় ৩৬০ জনতকৈ অধিক শিল্পীয়ে অভিনয় কৰিছে। ১২০টাতকৈ অধিক স্থানত শ্বুটিং কৰা হৈছে ছবিখনৰ দৃশ্যাংশ। মঙলবাৰে গুৱাহাটীস্থিত সূর্য ক্লাবত বিশিষ্ট অভিনেতা তথা পৰিচালক সঞ্জীৱ হাজৰিকা, ৰাজেশ ভূঞা, অনুপম শৰ্মা, গৰিমা শইকীয়া গাৰ্গ আৰু ছবিখনৰ কলা-কুশলীৰ উপস্থিতিত সংবাদমেল সম্বোধন কৰি মুক্তিৰ তাৰিখ ঘোষণা কৰা হয়। 

২০২৫ চনৰ ২৩ মে' তাৰিখে ছবিখন ৰাজ্যৰ প্ৰতিটো চিত্ৰগৃহৰ লগতে বাংগালুৰু, দিল্লী, মুম্বাইৰ লগতে কেইবাখনো ৰাজ্যত মুক্তি দিয়া হ'ব। I
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?