--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়াকৈ কেৰেলাৰ এজন কম্পিউটাৰ জেনেৰেটেড ইমেজৰী শিল্পী অক্ষয় প্ৰকাশে স্পাইডাৰ মেন, ডেডপুল, আৰু হাল্কে জনপ্ৰিয় তেলেগু ট্ৰেক চুট্টামাল্লেত নৃত্য কৰা থ্ৰীডি এনিমেটেড ভিডিঅ’ নিৰ্মান কৰি সামাজিক মাধম্যত জনপ্ৰিয় হৈ পৰিছে৷

সাশংক নামৰ যুৱক জনে তেওঁৰ বন্ধুসকলে চুট্টামাল্লে ট্ৰেকত নৃত্য কৰা ভিডিঅ’টো ভইৰেল হৈ পৰাৰ পাছত অক্ষয় প্ৰকাশে আইকনিক ছুপাৰহিৰোৰ চৰিত্ৰৰে নৃত্যটোৰ এনিমেটেড সংস্কৰণ প্ৰকাশ কৰে য’ত স্পাইডাৰ-মেন, ডেডপুল আৰু হালকৰো সংযোগ ঘটাইছে৷

Animated video shows Spiderman Deadpool Hulk dancing to Chuttamalle

উল্লেখযোগ্য যে জনপ্ৰিয় অভিনয় শিল্পী জাহ্নৱী কাপুৰ আৰু জুনিয়ৰ এন টি আৰৰ ওপৰত চিত্ৰায়ন হোৱা এই গানে ইতিমধ্যে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷এতিয়া বিভিন্ন জনে এই সংগীতত নিজৰ নিজৰ সংস্কৰণ প্ৰকাশ কৰা পৰিলভিত হৈছে৷

জনপ্ৰিয় অভনেত্ৰী জাহ্নৱী কাপুৰ আৰু অভিনেতা জুনিয়ৰ এনটিআৰ অভিনীত বহু প্ৰত্যাশিত ছবি দেৱৰা বুলছবিৰ এটা গীত৷ যিটো প্ৰকাশৰ পাছতে বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?