--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটীঃ অসমৰ চলচ্চিত্ৰ জগতৰ বাবে ৰাজ্য চৰকাৰৰ আন এক অভিলাষী আঁচনি। অসমীয়া চলচ্চিত্ৰলৈ প্ৰথমবাৰৰ বাবে ৰাজসাহায্য আগবঢ়োৱাৰ আঁচনি আজি শুভাৰম্ভ কৰা হয়। ১ কোটি টকা ব্যয়েৰে ৰূপায়ণ হ’ব এই অভিলাষী আঁচনি। সামৰি লোৱা হ’ব ৰাজ্যৰ মুঠ ৫৫খন চুটি ছবি, তথ্যচিত্ৰ। অনুষ্ঠানত ডঃ সঞ্জীৱ নাৰায়ণৰ প্ৰযোজনা আৰু মঞ্জু বৰাৰ পৰিচালনাৰে নিৰ্মিত এনিমেচন ছবি ‘সৰ্ব গুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’লৈ ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগমৰ ‘জুৰিৰ বিশেষ বঁটা’ প্ৰদান কৰা হয়।

আৰু পঢ়িব পাৰিব : যোৰহাট-নগাঁৱত দুটাকৈ বিধ্বংসী অগ্নিকাণ্ড !

এই অনুষ্ঠানতে ‘সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰদেৱ’, ‘দূৰণিৰ নিৰলা পঁজা’, ‘gangs of North East’, ‘সীমা’,‘লীলাৰ পৰা লেইলালৈ’, ‘দ্বীপেন গান্ধী’ আদিৰ দৰে চলচ্চিত্ৰৰ প্ৰযোজক ‘প্ৰাগ নিউজ’ৰ মুখ্য পৰিচালন সঞ্চালক ডঃ সঞ্জীৱ নাৰায়ণলৈ ৰাজসাহায্যও আগবঢ়োৱা হয়।

আৰু পঢ়িব পাৰিব : শিল্পী, কলা-কুশলীক ৫০ হাজাৰকৈ আৰ্থিক সাহায্য চৰকাৰৰ…

অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ কুমাৰ দলে, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেষ গোস্বামী আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?