--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী: দৈনিক মূল্যবৃদ্ধিয়ে কোঙা কৰিছে দেশবাসীক৷ অত্যাৱশ্যকীয় সামগ্ৰী তেল, পাচলিৰ পৰা আৰম্ভ কৰি ৰন্ধন গেছলৈকে এতিয়া যেন মূল্যবৃদ্ধিৰ প্ৰতিযোগিতাত নামি পৰিছে সকলো৷ দীপাৱলীৰ সময়তে এলপিজিৰ মূল্যবৃদ্ধিয়ে এতিয়া সংকটত পেলাইছে সাধাৰণ জনতাক৷

এইবাৰ কমাৰ্চিয়েল এলপিজি চিলিণ্ডাৰৰ মূল্য একেবাৰতে ২৬৫টকা বৃদ্ধি পাইছে। এই মূল্যবৃদ্ধিয়ে বম ফুটা দিছে। অৱশ্যে ঘৰুৱা ৰন্ধন গেছৰ মূল্য পূৰ্বৰ দৰেই আছে। যাৰ ফলত এতিয়াৰেপৰা দেশৰ বিভিন্ন ঠাইত কমাৰ্চিয়েল ৰন্ধন গেছৰ মূল্য প্ৰায় ২০০০ৰ ওচৰা-ওচৰি হৈছে। ৰাজধানী দিল্লীত একোটা ১৯ কেজি ওজনৰ কমাৰ্চিয়েন গেছৰ মূল্য ২০০০ টকা।

ইয়াৰ পূৰ্বে এই কমাৰ্চিয়েল একোটা ৰন্ধন গেছৰ মূল্য ১৭৩৩ টকা আছিল। ইয়াৰ সমান্তৰালকৈ এই ১৯ কেজি ওজনৰ একোটা কমাৰ্চিয়েল গেছৰ মূল্য মুম্বাইত ১৯৪০টকা, কলিকতাত ২০৭০.৫০ টকা আৰু চেন্নাইত ২১৩৩ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?