--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
মেষ ৰাশি : মেষ ৰাশিৰ জাতক-জাতিকা সকলে আজি মিশ্ৰত ফল লাভ কৰিব৷ কোনো পাৰিবাৰিক কাৰণত ভাতৃৰ-ভগ্নীৰ সৈতে সংঘাত হোৱাৰ সম্ভাৱনা আছে৷ সেয়েহে কিছু পৰিমাণে মন অস্থিৰ হৈ থাকিব পাৰে৷ প্ৰেমৰ সম্পৰ্ক ঠিকেই থাকিব৷ কৰ্মৰ জৰিয়তে  কৰ্মস্থলীৰ মুৰব্বীক সন্তুষ্ট কৰিব পাৰিলে ধন লাভৰ সম্ভাৱনা আছে৷ আপোনাৰ পৰিশ্ৰম আৰু একাগ্ৰতাত মুৰব্বীজন আজিৰ দিনটোত সন্তুষ্ট হৈ থাকিব৷ সংযমী হৈ কাম কৰক৷

বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে আজিৰ দিনটো বিবাদৰে ভৰা হ’ব৷ আপোনাৰ দুৰ্বলতাৰ সুযোগ লৈ সহকৰ্মীয়ে কামত বিধিপথালি দিয়াৰ চেষ্টা কৰিব৷ সন্মানিত হোৱাৰ লগতে নতুন পদো লাভ কৰিব পাৰে৷ পুৰণি সমস্যাৰ সমাধান বিচাৰি পাব৷ ভাগই আজিৰ দিনটোত আপোনাক ৮৬ শতাংশ সহায় কৰিব৷ 

মিথুন ৰাশি :চৰকাৰী কামত জড়িত এই ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত প্ৰতক্ষ্য বা পৰোক্ষভাৱে সুফল লাভ কৰিব ৷ লগতে সহকৰ্মীৰ পৰাও সহযোগ লাভ কৰিব৷ সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷ আত্মীয় আৰু বন্ধুৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ দিনটো অধিক সুন্দৰকৈ পাৰ হৈ যাবৰ বাবে লক্ষ্মী দেৱীক পূজা কৰক৷ 

কৰ্কট ৰাশি : এই ৰাশিৰ জাতক -জাতিকা সকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ ৰাজনৈতিক আৰু সামাজিক কামত জড়িত সকলে অধিক সভাত যোগ দিবলৈ পাব৷ সন্মান লাভ কৰাৰ লগতে নতুন পদো অৰ্জন কৰিব পাৰিব৷ নিজৰ সিদ্ধান্তত অটল হৈ থাকক৷ জটিল সমস্যাৰ সমাধানো লাভ কৰিব৷ এই ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত গণেশ দেৱতাৰ পূজা কৰা উচিত ৷

সিংহ ৰাশি: সিংহ ৰাশিৰ জাতক-জাতিকা সকলে আজি নতুন সম্পৰ্ক গঢ়িব পাৰিব৷ যাৰ ফলত ভৱিষ্যতে সুফল লাভ কৰিব৷সময়ৰ উচিত ব্যৱহাৰ কৰিলে ব্যৱসায়িক ক্ষেত্ৰত লাভ অৰ্জন কৰিব পাৰিব৷তুলসী গছত পানী দিয়াৰ লগতে গণেশক লাড্ডু উৎসৰ্গা কৰিব পাৰে ৷

কন্যা ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকল আজি কৰ্মক্ষেত্ৰত নতুন সমীকৰণত ব্যস্ত থাকিব৷ কিছু পুৰণি পৰিকল্পনা সফল হোৱাৰ দিশে আগবাঢ়িব৷ চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত উন্নতি কৰিব পাৰিব৷ আপোনাৰ হাতলৈ আজি নতুন সুযোগ অহাৰ যোগ আছে৷ সেই সুযোগৰ সদ্ব্যৱহাৰ কৰিলে সুফল লাভ কৰিব৷ আৰ্থিক উন্নতি সম্ভৱ৷

তুলা ৰাশি : তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটো ভালদৰেই পাৰ হ’ব৷ অপ্ৰয়োজনীয় কামত সময় আৰু শক্তি অপব্যয় নকৰিব৷ পৰিকল্পনাবদ্ধভাৱে কাম কৰক৷ বিবাহিত দম্পত্তি সকল সংযমী হওঁক৷ জীৱনসংগীৰ লগত কথাৰ কটাকটি হ’ব পাৰে। 

বৃশ্চিক ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকলে আজি ব্যৱসায়ীক দিশত ভাল ফল লাভ কৰিব৷ প্ৰভাৱশালী ব্যক্তিৰ লগত চিনাকি হ’ব পাৰে৷ব্যৱসায়ীক সংগঠনৰ লগত জড়িত সকলে মুনাফা লাভ কৰিব৷ এই ৰাশিৰ জাতক -জাতিকা সকলৰ আজি আত্মবিশ্বাস আৰু কৰ্মস্পৃহা বৃদ্ধি পাব৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷ 

ধনু ৰাশি : এই ৰাশিৰ জাতক-জাতিকা সকলে আজি উত্তম স্বাস্থ্য লাভ কৰিব। পাৰিবাৰিক ক্ষেত্ৰত আনন্দ অটুট থাকিব৷ আয় বৃদ্ধি পাব। সামাজিক পৰিস্থিতি মজবুত হ’ব৷ এই ৰাশিৰ জাতক -জাতকা সকলে  সন্তুষ্টি অনুভব কৰিব ৷  আত্মীয় আৰু  বন্ধুৰ সৈতে  সম্পর্ক উন্নত হ’ব। নিজৰ দুর্বলতা কাৰো সন্মুখত  স প্রকাশ  নকৰিব। আৰু  কামত  সাফল্য লাভ নকৰালৈকে  নিজেৰ পৰিকল্পনা কাৰো  সৈতে আলোচনা নকৰিব। 

মকৰ ৰাশি : এই ৰাশিৰ জাতক -জাতিকা সকলে 
ব্যবসায়িক সম্পর্ক আৰু  চুক্তি ক্ষেত্ৰত  নিজৰ  পৰিশ্রমৰ পূর্ণ ফলাফল লাভ কৰিব৷ ব্যৱসায়ৰ  ক্ষেত্রত  এই ৰাশিৰ  জাতকসকলৰ প্রভাব বাঢ়িব৷ আপোনাৰ  জৰিয়তে কিছু ব্যক্তিয়ে প্রভাৱশালী ব্যক্তিৰ সৈতে  সম্পর্ক গঢ়ি তুলিব  পাৰিব ৷ প্রেমৰ ক্ষেত্ৰতো ভাগ্যবান হ’ব । বিৰোধীয়ে  আপোনাৰ  কোনো ক্ষতি কৰিব  নোৱাৰিব৷

কুম্ভ ৰাশি :  আজি কুম্ভ ৰাশিৰ জাতকে  জীৱনসঙ্গীৰ   পৰা   কম সহযোগিতা লাভ কৰিব । আপোনাৰ  এনে অনুভূতিৰ  কাৰণে মানসিক জটিলতা আৰু  অৱসাদ দেখা দিব পাৰে। আপুনি চিন্তিত থাকিলেও কাকো তাৰ উমান নিদিব৷ ব্যৱসায়ৰ  অংশীদাৰীৰ  জৰিয়তে  ভালো লাভ অর্জন কৰিব  পাৰিব৷  আত্মবিশ্বাস বাঢ়িব ৷

মীন ৰাশি :  এই ৰাশিৰ জাতক-জাতিকাসকলক ব্যৱসায়িক দিশত   নতুন সম্পর্ক  আৰু চুক্তিৰ কৰাৰ বাবে ভাল সময়৷  কার্য সংক্রান্তীয়  যাত্রাত  ইতিবাচক ফলাফল লাভ কৰিব।কৰ্মস্থলীত মুৰব্বীৰ  দ্বাৰা  উপেক্ষিত হ’ব  পাৰে৷ সহকর্মীয়ে আপোনাৰ  দুর্বলতাৰ সুযোগ লৈ  আপোনাৰ  কামত বাধা  সৃষ্টি কৰিব পাৰে৷ কোনো আইনী গোচৰ চলি থাকিলে সাফল্য লাভ কৰিব৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?