--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলী আৰু উইকেটকীপাৰ ঋষভ পণ্টে ৰঞ্জি ট্ৰফী ২০২৪-২৫ ৰ মেচত অংশগ্ৰহন কৰিব । ২০১৯ চনৰ পিছত প্ৰথমবাৰৰ বাবে এই দুয়োগৰাকী খেলুৱৈয়ে দিল্লীৰ বাবে সম্ভাৱ্য খেলুৱৈৰ তালিকাত অন্তৰ্ভুক্ত হৈছে। ফাষ্ট বলাৰ ইশান্ত শৰ্মাক এতিয়ালৈকে স্থান দিয়া হোৱা নাই। বুধবাৰে দিল্লী আৰু জিলা ক্ৰিকেট সন্থাই ৮৪ গৰাকী খেলুৱৈৰ তালিকা প্ৰকাশ কৰে।

বিৰাট কোহলীয়ে শেষবাৰৰ বাবে ২০১২-১৩ ছিজনত ৰঞ্জী মেচ খেলিছিল। ঋষভ পণ্টে ২০১৫ চনত অন্তিমখন ৰঞ্জী মেচ খেলিছিল। ১১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব ৰঞ্জি ট্ৰফীৰ চলিত ছিজন। দিল্লীৰ প্ৰথমখন মেচ ছত্তীশগড়ৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব কিন্তু এইখন খেলৰ স্থান এতিয়ালৈকে নিৰ্ণয় হোৱা নাই।

Ranji Trophy: Mumbai crush Kerala | Onmanorama Cricket


তালিকাত প্ৰকাশ নাপালে ঈশান্ত শৰ্মাৰ নাম ;

তালিকাত অন্তৰ্ভুক্ত হোৱা অধিকাংশ খেলুৱৈয়ে দিল্লী প্ৰিমিয়াৰ লীগ (ডিপিএল ২০২৪)ত অংশগ্ৰহণ কৰিছিল। পেচাৰ নৱদীপ ছাইনী, মায়ংক যাদৱ, হৰ্ষিত ৰানা, হিমাংশু চৌহান আৰু দিবজ মেহৰা আটাইকেইজনে সম্ভাৱ্য তালিকাত স্থান লাভ কৰে। অৱশ্যে এই দীঘলীয়া তালিকাত নাম নাই ঈশান্ত শৰ্মাৰ।

Rishabh Pant Has Been Spoken to, He Knows His Mistake: Virat Kohli Ahead of  3rd SA Test

ৰঞ্জি ট্ৰফী ২০২৪-২৫ৰ বাবে দিল্লীৰ ৮৪জনীয়া সম্ভাৱ্য তালিকা ;

বিৰাট কোহলী, ঋষভ পন্ট, হিম্মৎ সিং, প্ৰাণশু বিজয়ন, অনিৰুদ্ধ চৌধুৰী, ক্ষীতিজ শৰ্মা, বৈভৱ কণ্ডপাল, সিদ্ধান্ত বংসাল, সমৰ্থ ছেঠ, জোন্টি সিদ্ধু, সিদ্ধান্ত শৰ্মা, তিশান্ত ডাবলা, নৱদীপ ছাইনী, হৰ্ষ ত্যাগী, লক্ষ্য থাৰেজা (উইকেটকীপাৰ), সুমিত মথুৰ . শিৱম গুপ্তা (উইকেটকীপাৰ), বৈভৱ শৰ্মা, জিতেশ সিং, ৰোহিত যাদৱ, সুমিত কুমাৰ, আনমোল শৰ্মা, কেশৱ দাবা, সনাত সংগৱান, শুভম শৰ্মা (উইকেটকীপাৰ), আৰ্য্য চৌধুৰী, আৰ্য্য ৰাণা, ভগৱান সিং, প্ৰণৱ ৰাজবংশী (উইকেটকীপাৰ), সৌৰভ ডাগৰ , মনে গ্ৰেৱাল, কুঁৱৰ বিধুৰি, নিখিল চাংৱান, পুনীত চাহাল, প্ৰিয়ংশ আৰ্য্য, যশ ধুল, ৰাজকুমাৰ যাদৱ, হৰ্ষিত ৰানা, মায়ংক যাদৱ, সুয্যাশ শৰ্মা, অৰ্পিত ৰাণা, দিবাজ মেহৰা, সুজল সিং, হাৰ্দিক শৰ্মা, হিমাংশু চৌহান, আয়ুষ দোসেজা, অংকিত ৰাজেশ কুমাৰ, ধ্ৰুৱ কৌশিক, অংকুৰ কৌশিক, কৃষ্ণ যাদৱ, বংশ বেদী, যশ ছেহৰাৱত, বিকাশ সোলংকি, ৰাজেশ শৰ্মা, তেজস্বী দহিয়া (উইকেটকীপাৰ), ৰৌনক বাঘেলা, মনপ্ৰীত সিং, ৰাহুল গেহলট, আৰিয়ান ছেহৰাৱত, শিৱম শৰ্মা, সিদ্ধাৰ্থ শৰ্মা, পাৰভ সিংঘালা, যোগেশ সিং, দীপেশ বাল্যান, সাগৰ তনৱাৰ, ঋষভ ৰানা, অখিল চৌধুৰী, দিগবেশ ৰাথী, সৰ্থক ৰঞ্জন, অজয় ​​গুলিয়া।




FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?