১৫ কাতি, মঙলবাৰ, ইং ২ নবেম্বৰ
মেষ ৰাশি : - মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ কঠোৰ পৰিশ্ৰমৰ সুফল লাভ ৷ খৰচ বৃদ্ধি ৷ প্ৰেমত শুভ ৷
বৃষ ৰাশি : - বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ সফলতা লাভ ৷ কৰ্ম-ব্যৱসায়ত শুভ ৷ ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷
মিথুন ৰাশি : - মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো কিছু খেলি-মেলি হ’ব পাৰে ৷ যিকোনো সিদ্ধান্ত লওতে সাৱধানতা অৱলম্বন কৰক ৷ পানীৰ পৰা অলপ সাৱধানে থকা ভাল হ’ব ৷
কৰ্কট ৰাশি : - কৰ্কট ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো শুভ ৷ যুৱক-যুৱতীসকলৰ আনন্দময় হʼব ৷ পৰিয়ালৰ সৈতে সম্পর্ক ভাল হʼব ৷
সিংহ ৰাশিৰ :- সিংহ ৰাশিৰ জাতক - জাতিকাসকলে আজিৰ দিনটোত এলাহ ভাৱ পৰিহাৰ কৰক ৷ পৰিয়ালৰ আৰু প্ৰেমৰ সৈতে সম্পৰ্ক উন্নত ৷ নিজৰ ওপৰত আশ্বাস, ভাৰসা আৰু নিশ্চয়তা ৰাখিলে লক্ষ্যত সফল হ’ব ৷
কন্যা ৰাশি : - কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মিশ্ৰ ফলদায়ক ৷ ধনৰ ফালৰ পৰা ভাল দিশ দেখা যাব ৷ ব্যৱসায় বৃদ্ধি ৷ স্বাস্থ্য উন্নত ৷ ভ্ৰমন লাভদায়ক হ’ব ৷ বিবাহৰ যোগ আছে ৷
তুলা ৰাশি : - তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো কিছু কঠিন হʼব ৷ খেলিমেলি হʼব পাৰে ৷ এলাহ ভাৱ পৰিহাৰ কৰক ৷ ব্যৱসায় কৰিলে লক্ষ্যত সফল হʼব, লাভাৰ্জন ৷
বৃশ্চিক ৰাশি : - বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ জ্যেষ্ঠজনৰ পৰামৰ্শ লওক ৷
ধনু ৰাশি : - ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটো মধ্যমীয়া ৷ যিজন ধৈৰ্যশীল হয় তেওঁ লাভৱান হ’ব ৷ খং-ৰাগ নিয়ন্ত্ৰণ কৰক ৷
মকৰ ৰাশি : - মকৰ ৰাশি জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ব্যক্তিগত জীৱনত মনোযোগ দিয়ক ৷ শান্ত হৈ কৰ্ম কৰক ৷
কুম্ভ ৰাশি : - কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত কৰ্ম-ব্যৱসায়ত মনোযোগ দিয়ক ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ ৷ ব্যৱসায়ত সফল ৷
মীন ৰাশি :- মীন ৰাশিৰ জাতক - জাতিকা সকলৰ আজিৰ দিনটোত এলাহ ভাব পৰিহাৰ কৰক ৷ সফলতা লাভ৷ প্ৰেমত শুভ ৷