--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মতে, ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত শনিবাৰে আৰু দেওবাৰকে ধৰি ৰাজ্য-নিৰ্দিষ্ট বন্ধৰ তালিকা প্ৰকাশ৷ দেশৰ বিভিন্ন প্ৰান্তৰ বেংকসমূহ ফেব্ৰুৱাৰী মাহত মুঠ ১২দিন বন্ধ থাকিব। বসন্ত পঞ্চমী আৰু গুৰু ৰবিদাস জয়ন্তীৰ দৰে উৎসৱৰ বাবে ফেব্ৰুৱাৰী মাহত বন্ধ থাকিব বেংকসমূহ। অৱশ্যে, সমগ্ৰ ১২দিনৰ বাবে দেশৰ সকলো বেংক বন্ধ নাথাকিব। কেইখনমান ৰাজ্যৰ বেংকবোৰ নিৰ্দিষ্ট দিনত বন্ধ থাকিব, আনহাতে ৰাজ্যিক বা আঞ্চলিক বন্ধৰ বাবে আন ৰাজ্যৰ বেংকবোৰ আন দিনত বন্ধ থাকিব। নিম্নলিখিতবোৰ হৈছে ফেব্ৰুৱাৰী ২০২২-ত বেংক বন্ধৰ তালিকা : ফেব্ৰুৱাৰী ২– সোনম লোছাৰ (গেংটক) ফেব্ৰুৱাৰী ৫ – সৰস্বতী পূজা/ শ্ৰী পঞ্চমী/শ্ৰী পঞ্চমী বসন্ত পঞ্চমী (আগৰতলা, ভুৱনেশ্বৰ, কলকাতা) ফেব্ৰুৱাৰী ৬– প্ৰথম দেওবাৰ ফেব্ৰুৱাৰী ১২ – দ্বিতীয় শনিবাৰ ফেব্ৰুৱাৰী ১৩ – দ্বিতীয় দেওবাৰ ফেব্ৰুৱাৰী ১৫ – মহম্মদ হজৰত আলী জন্মদিন/লুই-নাগাই-নি (ইম্ফল, কানপুৰ, লক্ষ্ণৌ) ফেব্ৰুৱাৰী ১৬ – গুৰু ৰবিদাস জয়ন্তী (চণ্ডিগড়) ফেব্ৰুৱাৰী ১৮ – দলযাত্ৰা (কলকাতা) ফেব্ৰুৱাৰী ১৯ – ছত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী (বেলাপুৰ, মুম্বাই, নাগপুৰ) ফেব্ৰুৱাৰী ২০ – তৃতীয় দেওবাৰ ফেব্ৰুৱাৰী ২৬ – মাহৰ চতুৰ্থ শনিবাৰ ফেব্ৰুৱাৰী ২৭ – চতুৰ্থ দেওবাৰ। আনহাতে, বেংক বন্ধৰ দিনবোৰ ৰাজ্যভেদে পৃথক হয়। সকলো বেংকিং প্ৰতিষ্ঠানৰ দ্বাৰা বন্ধৰ দিনবোৰো পালন কৰা নহয়।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?