--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেচবুক ব্যৱহাৰকাৰীসকলে ৫ মাৰ্চৰ নিশা এক  আচহুৱা সমস্যা সন্মুখীন হয়। সমগ্ৰ বিশ্বৰ ফেচবুক ব্যৱহাৰকাৰীৰ  একাউণ্ট স্বয়ংক্ৰিয়ভাৱে লগ আউট হৈ গ’ল। ফলত  সমগ্ৰ বিশ্বৰ গ্ৰাহকসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। 

  অৱশ্যে, কেৱল ফেচবুকতে নহয়, একেটা সমস্যা ইনষ্টাগ্ৰাম, থ্ৰেড আৰু মেচেঞ্জাৰতো হয়। ভাৰতৰ উপৰি আমেৰিকা, ইউৰোপকে ধৰি বিশ্বৰ বিভিন্ন প্ৰান্তত এই সমস্যাৰ উদ্ভৱ হ’য়।  হঠাতে, নিশা প্ৰায় ৮.৩০  বজাত, সকলোৰে ম'বাইলত ফেচবুক নোখোলা হয়। 

এই সমস্যাটো  ছাৰ্ভাৰৰ সমস্যাৰ বাবে হৈছে বুলি চাইবাৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে। ছ'চিয়েল মিডিয়া আৰু ৱেবছাইট ট্ৰেকিং ছাইটসমূহে এই সমস্যাৰ বাবে চাৰ্ভাৰকে দোষ দিছিল।। এই সমস্যাটো  ফেচবুকৰ তিনি লাখৰো অধিক একাউণ্টত  হৈছিল।  একেদৰে  ইনষ্টাগ্ৰামৰ ২০ হাজাৰৰো অধিক একাউণ্টত একেধৰণৰ লগ আউটৰ সমস্যা হৈছিল।  অৰ্থনৈতিক বিশ্লেষকৰ  সমীক্ষা অনুসৰি প্ৰায় ডেৰ ঘণ্টাৰ বাবে হোৱা এনে বিজুতিৰ বাবে  মেটাৰ লোকচান হৈছে ১০০ মিলিয়ন মাৰ্কিন ডলাৰৰো অধিক। 
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?