--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গাখীৰ হৈছে এবিধ পুষ্টিকৰ উপাদান। প্ৰতিদিনে এগিলাচকৈ গাখীৰ খোৱাৰ আছে বহু উপকাৰিতা। গাখীৰ সেৱন কৰিলে আমি প্ৰ'টিন,কেলছিয়াম,নিকোটিনিক এচিডৰ দৰে পুষ্টিকৰ উপাদান লাভ কৰোঁ। কিছু লোকে গাখীৰ খাই বৰ ভাল পায়। গাখীৰ খাই ভাল পালেও যেতিয়াই তেতিয়াই গাখীৰ খাব নালাগে কিয়নো গাখীৰ খোৱা আছে উপযুক্ত সময়।

যদি আপোনাৰ পেটৰ লগত জড়িত কোনো সমস্যা আছে তেন্তে গাখীৰ খোৱাৰ সময় সলনি কৰক। অন্যথা ইয়াৰ ফলত আপোনাৰ সমস্যা আৰু অধিক বৃদ্ধি পাব। 

৫ বছৰৰ ওপৰৰ শিশুৱে পুৱা খালী পেটত গাখীৰ খাব নালাগে।

যিসকলৰ ৰাতি টোপনি নোহোৱাৰ সমস্যা আছে তেওঁলোকে শুৱাৰ কিছু সময় পূৰ্বে এগিলাচ গাখীৰ খাই শুব লাগে ।এনে কৰিলে ভাল টোপনি হোৱাৰ সম্ভাৱনা থাকে।

শৰীৰৰ গঠনৰ বাবে গাখীৰ খোৱা লোকসকলে দিনত গাখীৰ খোৱা উচিত।এনে লোকে দিনত গাখীৰ খালে তেওঁলোকে গোটেই দিনটোৰ বাবে শক্তি লাভ কৰে। 

বৃদ্ধসকলৰ শাৰীৰিক ক্ৰিয়া-কলাপ অতি কম হোৱাৰ বাবে তেওঁলোকে দিনত গাখীৰ খোৱা উচিত নহয়। 

গাখীৰৰ সৈতে কেতিয়াও আম, কল বা অন্য টেঙাজাতীয় ফল মিশ্ৰণ কৰি খোৱা উচিত নহয়৷

গাখীৰে স্মৃতি শক্তি বৃদ্ধি কৰে সেয়ে নিয়মিত এগিলাচ কৈ গাখীৰ খাব লাগে।লগতে গাখীৰ সেৱনে ছালৰ যিকোনো সমস্যাৰ পৰাও সকাহ দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?