--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ চৰ্চালৈ আহিছে যোগ গুৰু বাবা ৰামদেৱ। পতঞ্জলি বা আন কোনো বিষয়ৰ বাবে নহয় এইবাৰ বাবা ৰামদেৱ চৰ্চালৈ আহিছে ঘোঁৰাৰ সমানে সমানে দৌৰি। ইতিমধ্যে ঘোঁৰাৰ সৈতে দৌৰা এক ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত ৰামদেৱে এটা ঘোঁৰাৰ সমানে সমানে দৌৰা দেখা গৈছে। এই ভিডিঅ’টো ভাইৰেল হোৱাৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে ৰামদেৱ।

এজন ব্যক্তি কিমান সুস্থ আৰু সক্ৰিয় হ'লে ৫৯ বছৰ বয়সতো এই গতিত দৌৰিব পাৰে, তাক লৈ ছ'চিয়েল মেডিয়াত যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। জানিব পৰা মতে ফিটনেছ প্ৰদৰ্শনৰ বাবে ৰামদেৱে নিজেই ছ’চিয়েল মিডিয়াত এই ভিডিঅ’ প’ষ্ট কৰিছিল আৰু তাৰ পিছতেই সকলোৰে মাজত চৰ্চা আৰম্ভ হয়। ৰামদেৱৰ এই শাৰীৰিক শক্তি দেখি স্বাভাৱিকভাৱেই সকলো আচৰিত হৈছে। বহুতেই ছ’চিয়েল মিডিয়াত ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। যোগৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰদান কৰায়ে এই ভিডিঅ'টোৰ মূল উদ্দেশ্য।

(দৈনিক জনমভূমিৰ প্ৰতিবেদন)
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?