--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : হাড় সুস্থ আৰু মজবুত কৰি তোলাৰ বাবে ভিটামিন-‘ডি’ অতি প্ৰয়োজন। ভিটামিন-‘ডি’য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে আৰু শৰীৰক ৰোগৰ পৰা দূৰত ৰাখে। শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱ হোৱাটোও বহু সময়ত গম পোৱা নাযায়। যদি আপোনাৰ বহুত ভাগৰ, দুৰ্বল আৰু হাড়ৰ বিষ হয়, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱ হব পাৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰাটোৱেও ভিটামিন-‘ডি’ৰ অভাৱৰ ইংগিত দিয়ে। ভিটামিন-‘ডি’ৰ অভাৱত দাঁতৰ লগত জড়িত সমস্যাৰ সৃষ্টি হয়। ভিটামিন-‘ডি’ৰ দীৰ্ঘদিনীয়া অভাৱে হতাশাৰ সৃষ্টি কৰে। শৰীৰত যে ভিটামিন-‘ডি’ৰ অভাৱ, সেই কথা আপুনি কেনেকৈ চিনি পাব জানো আহক।

 ভিটামিন ডিৰ অভাৱৰ লক্ষণ-

শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে বহুতো সমস্যাৰ সৃষ্টি হ’বলৈ ধৰে। এই লক্ষণসমূহৰ দ্বাৰা আপুনি শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱ চিনাক্ত কৰিব পাৰে। আপুনিও পৰীক্ষাৰ জৰিয়তে ভিটামিন-‘ডি’ৰ অভাৱৰ বিষয়ে জানিব পাৰে, কিন্তু ভিটামিন –‘ডি’ৰ অভাৱৰ বিষয়েও এই লক্ষণসমূহৰ দ্বাৰা বুজিব পাৰি।

 ১. ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে হাড় আৰু পিঠিত বিষ হয়।

২. মানসিকভাৱে হতাশা হয়।

৩. বেছিকৈ সৰা বা পকিবলৈ আৰম্ভ কৰা, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণ।

৪. মাংসপেশীত বিষ অনুভৱ কৰা, তেন্তে ই ভিটামিন-‘ডি’ৰ অভাৱৰ লক্ষণ।

৫. ভিটামিন-‘ডি’ৰ অভাৱত ঘাঁ পলমকৈ শুকায়।

৬. ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হবলৈ আৰম্ভ কৰে, যাৰ বাবে সোনকালে অসুস্থ হৈ পৰে।

৭. ভিটামিন-‘ডি’ৰ অভাৱত গোটেই দিনটো অলস আৰু এলাহ অনুভৱ কৰা।

৮. শৰীৰত ভিটামিন-‘ডি’ৰ অভাৱৰ বাবে হাড়ৰ বিষৰ সমস্যা আৰম্ভ হয়।

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?