গুৱাহাটী : নিৰ্বাচনৰ প্ৰস্তুতি তীব্ৰগতিত চলি থকাৰ সময়তে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক হত্যাৰ ব্লু-প্ৰিণ্ট ৰচনা কৰি আজি গ্ৰেপ্তাৰ হ'ব লগা হ'ল আলফা নেতা৷ আলোচনাপন্থী আলফা নেতা প্ৰদীপ গগৈক আটক সোমবাৰে নিশা বাসগৃহৰ পৰা আটক কৰিলে দিছপুৰ আৰক্ষীয়ে৷
আৰু পঢ়িব পাৰিব : জেইই মেইনৰ ফলাফল ঘোষণা, ৬জন পৰীক্ষাৰ্থীয়ে লাভ কৰিলে ১০০ নম্বৰ
জানিব পৰা মতে মন্ত্ৰী শৰ্মাক হত্যা কৰাৰ সন্দৰ্ভত কাৰ্বি আংলঙৰ এজন যুৱকৰ সৈতে কথা পাতিছিল গগৈয়ে৷ ফোন ট্ৰেপিঙৰ ভয়ংকৰ তথ্য পোহৰলৈ অহাত আৰক্ষীয়ে আটক কৰে গগৈক৷ অৱশ্যে হত্যাকাণ্ডৰ অভিযোগ নস্যাৎ কৰিছে আলফা নেতা প্ৰদীপ গগৈয়ে৷
আৰু পঢ়িব পাৰিব : বৰপেটাত এছএছটিৰ অভিযানত ধনসহ আটক ৩ ধৃত
অৱশ্যে এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ পৰৱৰ্তী সময়তহে জানিব পৰা যাব সবিশেষ৷