--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবি নিৰ্মাতা তথা নৃত্য পৰিচালক ফাৰাহ খানৰ বিৰুদ্ধে এজাহাৰ দাখিল। তেওঁ এটা টিভি শ্ব’ত হোলী উৎসৱক লৈ আপত্তিজনক মন্তব্য কৰিছিল৷ তাৰপাছতেই তেওঁ সমালোচনাৰ সন্মুখীন হৈছে। ফাৰাহ খানৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন হৈছে৷

ফাৰাহ খানে আয়োজন কৰা ৰন্ধন অনুষ্ঠান 'চেলিব্ৰিটি মাষ্টাৰ চেফ’ত তেওঁ হিন্দু উৎসৱ হোলীক লৈ এক বিতৰ্কিত মন্তব্য কৰে। এটা খণ্ডত কৈছিল- হোলী ‘চাপ্ৰি’সকলৰহে প্ৰিয় উৎসৱ। তেওঁৰ এই মন্তব্য ছ’চিয়েল মিডিয়াত বনজুইৰ দৰে বিয়পি পৰিছে। হিন্দু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগ উত্থাপন কৰি খাৰ থানাত ফাৰাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে।

‘চাপ্ৰি’ শব্দটো অতি তুচ্ছাত্মক শব্দ যিটো শব্দ যিকোনো অপমানজনক শব্দ আৰু আনক বিদ্ৰুপ কৰিবলৈ ব্যৱহাৰ কৰা শব্দ।

ক্ষুব্ধ লোকসকলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। বহু লোকে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নবিছক টেগ কৰি ফাৰাহ খানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সকীয়াই দিছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?