--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

তুৰস্কঃ তুৰ্কীয়ে ইৰাণ-তুৰস্ক সীমান্তত নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তুলিছে। ড্ৰোন আৰু হেলিকপ্টাৰৰ সৈতে তীক্ষ্ণ নজৰ ৰাখিছে সামৰিক বাহিনীয়ে। শেহতীয়াকৈ দুয়োখন দেশত এটা ৰহস্যজনক দাবানল সংঘটিত হোৱাৰ পাছত অবৈধ শৰণাৰ্থীৰ প্ৰতিৰোধ কৰিবলৈ এই পদক্ষেপ লোৱা হৈছিল। পৰ্যৱেক্ষণ টাৱাৰৰ সৈতে প্ৰথম ৫ কিঃমিঃ সীমান্ত অঞ্চলত দেৱালখন নিৰ্মাণ কৰা হৈছে। সীমান্ত অঞ্চলত শৰণাৰ্থীৰ অবৈধ প্ৰৱেশ আৰু ড্ৰাগছ ব্যৱসায়ীসকলৰ চলাচল বন্ধ কৰিবলৈ দুয়োখন দেশে কঠোৰ সতৰ্কতা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দেৱাল নিৰ্মাণৰ বাবে সীমান্ত অঞ্চলৰ পৰা ভূমি খনি আঁতৰোৱা হৈছে। সীমান্ত অঞ্চলত দেৱালখনৰ নিৰ্মাণকাৰ্য চলিত বৰ্ষতে সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।


জানিবলৈ পোৱা মতে,সীমান্তৰ দেৱালখন ৩ মিটাৰ ওখ আৰু ১ইঞ্চি ডাঠ। ৭ টন ওজনৰ কংক্ৰিটৰ শ্লেবৰ সৈতে নিৰ্মাণ কৰা হৈছে দেৱালখন। অবৈধ অনুপ্ৰৱেশকাৰীক ভেটা দিবলৈ ইৰাণ-তুৰস্ক সীমান্তত ১১০ কিঃমিঃ এলেকা আৱৰি ৪ মিটাৰ ওখ দেৱালখনৰ নিৰ্মাণকাৰ্য আৰম্ভ হৈছে। উল্লেখ্য যে, সীমান্ত ৰক্ষীৰ ৯টা তুৰ্কী বেটেলিয়ন সীমান্তৰ ৪৪ টা স্থানত মোতায়েন কৰা হৈছে। তত্বাৱধায়ক বাহিনী আৰু ৭৫০ খন সশস্ত্ৰ আৰক্ষীৰ বাহনে নিয়মীয়াকৈ সীমান্তত টহল দি আছে। তুৰ্কীয়ে ড্ৰোন আৰু হেলিকপ্টাৰৰ সহায়ত সীমান্ত নিৰীক্ষণ কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?