--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভ হ’ল আইপিএল ২০২৫ মেগা নিলামী ৷ পঞ্জাৱ কিংছে ২৬.৭৫ কোটি টকাত ক্ৰয় কৰিছে শ্ৰেয়াছ আয়েৰক। ইয়াৰ লগে লগে শ্ৰেয়াছে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ইতিহাসৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে। 

shreyas iyer sold to punjab kings for 26 75 crore delhi capitals backed off last moment ipl 2025 mega auction pbks Shreyas Iyer बने IPL के सबसे महंगे प्लेयर, पंजाब किंग्स ने 26.75 करोड़ में खरीदा; दिल्ली ने भी अंत तक लड़ी लड़ाई
ইয়াৰ পূৰ্বে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আটাইতকৈ দামী খেলুৱৈ আছিল অষ্ট্ৰেলিয়াৰ মিচেল ষ্টাৰক, যাক কেকেআৰে ২৪.৭৫ কোটি টকাত ক্ৰয় কৰিছিল আইপিএল ২০২৪ৰ নিলামত। মেগা নিলামত আৰম্ভণিৰ পৰা শেষলৈকে শ্ৰেয়াছ আয়াৰৰ বাবে দিল্লী কেপিটেলছ আৰু পঞ্জাব কিংছৰ মাজত প্ৰচণ্ড যুঁজ হৈ আহিছে।

আৰ্শদীপ সিঙৰ ভিত্তি মূল্য আছিল ২ কোটি টকা, কেকেআৰে তেওঁৰ ওপৰত প্ৰথম নিবিদা দিছিল কিন্তু ৯.৭৫ কোটি টকাৰ বাহিৰলৈ নাযাবলৈ সিদ্ধান্ত লয়। ইয়াৰ পিছত পঞ্জাব কিংছ আৰু দিল্লী কেপিটেলছে ইটোৰ পিছত সিটোকৈ এক কোটি টকাৰ নিবিদা দিয়ে। 

শ্ৰেয়াছ আয়াৰৰ ওপৰত নিবিদা ১৫ কোটি, তাৰ পিছত ২০ কোটি  আনকি ২৫ কোটি টকা অতিক্ৰম কৰিলে। পঞ্জাবে যেতিয়া ২৬.২৫ কোটি টকাৰ দৰদাম কৰে, তেতিয়া দিল্লীৰ পৰিচালনা সমিতিৰ মুখ মেল খালে লগতে বিভ্ৰান্তিৰ অৱস্থাত দেখা গ’ল। দিল্লীয়ে ২৬.৫০ কোটি টকাৰ দৰত নিলামী কৰি থমকি ৰ’ব লগা হয় ৷আনহাতে পঞ্জাবে কিংছে ২৬.৭৫ কোটি টকাৰ নিবিদা দি আয়েৰক নিজৰ দলত সংযোজন কৰাত সফল হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?