--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : নিৰ্বাচনৰ পূৰ্বে কাৰাগাৰ পৰা পুনৰ অসমবাসীলৈ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে মুকলি চিঠি প্ৰেৰণ কৰিছে। আজি সংবাদমেলৰ জৰিয়তে ৰাইজৰ দলে চিঠিখন ৰাজহুৱা কৰে।

আৰু পঢ়িব পাৰিব : মহাৰাষ্ট্ৰৰ কেমিকেল ফেক্টৰীত বিস্ফোৰণ, নিহত চাৰিজন

পত্ৰৰ জৰিয়তে বিজেপি বিৰোধী শক্তিশালী অথবা জয়লাভৰ সম্ভাৱনা থকা প্ৰাৰ্থীৰ সপক্ষে ভোট দিবলৈ আহ্বান অখিল গগৈৰ। হিমন্ত বিশ্ব শৰ্মাৰ মনোনয়ন পত্ৰ দাখিলৰ ৰেলীত যিখিনি মানুহ হৈছে, সেইখিনি মানুহে ভোট দি তেওঁক জিকাব নোৱাৰে বুলি পত্ৰখনত গগৈয়ে উল্লেখ কৰে।

লোক নিৰ্মাণ, স্বাস্থ্য, বিত্ত, শিক্ষা এই চাৰিটা বিয়াগোম বিভাগৰ দায়িত্বত থকাৰ পাছতো হিমন্ত বিশ্ব শৰ্মাৰ মনোননয়ন পত্ৰ দাখিল কাৰ্যসূচীত মানুহ কম হৈছে বুলি তেওঁ কটাক্ষ কৰে।

আৰু পঢ়িব পাৰিব : বিদেশীনীৰে বিয়া? চৰকাৰে নিৰ্ধাৰণ কৰিলে কঠোৰ নিয়ম

তদুপৰি মটৰ চাইকেল লৈ ৰেলীত অংশগ্ৰহণ কৰা সকলক ৫০০টকা কৈ দিয়া বুলিও তেওঁ অভিযোগ কৰে। অৱশ্যে জন সমৰ্থন দেখুওৱা বেলেগ কথা আৰু ভোট দিয়াৰ মাজত পাৰ্থক্য আছে বুলিও উল্লেখ কৰে গগৈয়ে। তদুপৰি এইবাৰ ৰাইজে বিবেকেৰে ভোট দিব বুলি দাবী কৰে কাৰাৰুদ্ধ কৃষক নেতাজনে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?