১২ কাতি, শনিবাৰ, ইং ৩০ অক্টোবৰ
মেষ ৰাশি : মেষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব যদিও আজি আপুনি সজাগ নহ’লে আত্মীয়ই সামান্য অসুবিধা পোৱাৰ যোগ দেখা যায়।
বৃষ ৰাশি : বৃষ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত ছোৱালীসকলৰ কৰ্মক্ষেত্ৰত সুনাম বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
মিথুন ৰাশি : মিথুন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত ভক্তি ভাব বাঢ়িব, লগতে কৰ্মক্ষেত্ৰ শুভ হোৱাৰ যোগ দেখা যায়।
কৰ্কট ৰাশি : এই ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত উৎসাহ বাঢ়িব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
সিংহ ৰাশি : সিংহ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মত আনৰ সহায়-সহযোগিতা লাভ হ’ব,লগতে সুখ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
কন্যা ৰাশি : কন্যা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে আজি আপোনাৰ সামান্য ধনৰ নাটনি হোৱাৰ যোগ দেখা যায়।
তুলা ৰাশি : তুলা ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত আৰ্থিক দিশত উন্নতি হ’ব, লগতে আজি আপোনাৰ ভ্ৰমণত শুভ হোৱাৰ যোগ দেখা যায়।
বৃশ্চিক ৰাশি : বৃশ্চিক ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত মনত সামান্য খং, অভিমান/ জেদ ভাব বাঢ়িব পাৰে লগতে আজি আপোনাৰ সন্মান লাভ হোৱাৰ যোগ দেখা যায়।
ধনু ৰাশি : ধনু ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্মক্ষেত্ৰ প্ৰেৰণা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে দেহ-মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
মকৰ ৰাশি : মকৰ ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত দেহ-মনত সামান্য আঘাত পাব পাৰে, লগতে আজি আপুনি স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো ভাল হ’ব।
কুম্ভ ৰাশি : কুম্ভ ৰাশিৰ জাতক - জাতিকাসকলৰ আজি দিনটোত মনৰ আশা পূৰণ হ’ব, ভাবি থকা কৰ্মবোৰ সফল হ’ব যদিও আজি আপুনি পাৰিবাৰিক দিশত সজাগ হোৱাটো ভাল হ’ব।
মীন ৰাশি : মীন ৰাশিৰ জাতক - জাতিকাসকলৰ আজিৰ দিনটোত কৰ্ম-মনৰ উদ্বিগ্নতা ভাব বাঢ়িব পাৰে, লগতে কৰ্মক্ষেত্ৰ সফল হোৱাৰ যোগ দেখা যায়।