--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কলকতাৰ আৰ.জি.কাৰ মেডিকেল কলেজ এণ্ড হাস্পতালত সংঘটিত এগৰাকী প্ৰশিক্ষাৰ্থী চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ দেশ৷ দেশজুৰি ক্ৰমাৎ বৰ্ধিত ক্ষোভৰ মাজতে মঙলবাৰে কলিকতা উচ্চ ন্যায়ালয়ে ঘটনা সন্দৰ্তভ চিবিআই তদন্তৰ নিৰ্দেশ দিছে। আৰু গোচৰ সম্পৰ্কীয় সকলো নথি-পত্ৰ চিবিআই হাতত গতাই দিবলৈ নিৰ্দেশ দিছে আৰক্ষীক৷ 
 
হাস্পতালখনৰ চেমিনাৰ হলৰ ভিতৰত উদ্ধাৰ হৈছিল স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থী গৰাকীৰ মৃতদেহ৷ এই গোচৰৰ সৈতে জড়িত এজন ব্যক্তি শনিবাৰে গ্ৰেপ্তাৰ কৰা হয়।

ইয়াৰ আগতে তদন্তৰ গোচৰৰ ডায়েৰীখন দুপৰীয়া ১ বজাত উচ্চ ন্যায়ালয়ে আদালতৰ সন্মুখত দাখিল কৰিবলৈ নিৰ্দেশ দিছিল পশ্চিম বংগ চৰকাৰক।শুনানিৰ সময়ত চিকিৎসালয় কৰ্তৃপক্ষৰ প্ৰশাসনিক দুৰ্বলতাক লৈ উদ্দেগ প্ৰকাশকৰে উচ্চ ন্যায়ালয়ে।
প্ৰশিক্ষাৰ্থীগৰাকীৰ পিতৃ-মাতৃয়ে তদন্ত বিচাৰি উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল। আৰু  ভুক্তভোগীৰ সমৰ্থনত, দেশজুৰি চৰকাৰী চিকিৎসালয়সমূহৰ আৱাসী চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে।পশ্চিম বংগ আৰু দিল্লীৰ চিকিৎসকসকলে অনিৰ্দিষ্টকালীন ধৰ্মঘট আৰম্ভ কৰি অ’পিডি সেৱা আৰু অজৰুৰীকালীন অস্ত্ৰোপচাৰ স্থগিত ৰাখিছে।
ভুক্তভোগীয়ে ন্যায় লাভ নকৰালৈকে প্ৰতিবাদী কাৰ্য অব্যাহত থকিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰী সকলে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?