--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : দেশত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ’না মহামাৰীয়ে৷ শুকুৰবাৰে নতুনকৈ ক'ভিডত আক্ৰান্ত হয় ৩ লক্ষাধিক লোক৷ আক্ৰান্ত হৈছে ৩ লাখ ৩২ হাজাৰ ৭৩০জন লোক৷ কালি মৃত্যু ঘটিছে ২,২৬৩ জন ক'ভিড ৰোগীৰ৷

আৰু পঢ়িব পাৰিব:ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য! সাজু হ’ব ১,০৫০খন বিচনা

৩ দিনত ভাৰতত আক্ৰান্তৰ সংখ্যাই ৯ লক্ষাধিক অতিক্ৰম কৰিছে৷ বিশ্বৰ ভিতৰত ভাৰততে ক'ভিড পৰিস্থিতি শোচনীয়৷ দিল্লী, মুম্বাইৰ পাছত বাংগালুৰু কৰ’নাৰ নতুন হটস্পট হিচাপে চিহ্নিত হৈছে। ৰাজ্যতো প্ৰতিদিনে বৃদ্ধি পাইছে কৰ’না আক্ৰান্তৰ সংখ্যা৷২৪ ঘণ্টাৰ ভিতৰত আক্ৰান্ত ২,৩৮৪জন৷

আৰু পঢ়িব পাৰিব: ক’ভিডসৃষ্ট পৰিস্থিতিৰ সন্দৰ্ভত হিমন্ত বিশ্বৰ মন্তব্য! সাজু হ’ব ১,০৫০খন বিচনা

কামৰূপ মহানগৰ জিলাতে আক্ৰান্ত হয় ৮৮৩গৰাকী৷ কামৰূপ (গ্ৰাম্য)ত ১৫৯, ডিব্ৰুগড়ত ১৫৪জন আক্ৰান্ত হোৱাৰ লগতে নগাঁৱত আক্ৰান্ত হয় ১০০জন লোক৷ আনহাতে কালিৰ দিনটোত ৰাজ্যত মৃত্যু ঘটিছে ১২জন ক'ভিড ৰোগীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?