--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : কৰ’নাত আক্ৰান্ত হৈ দিল্লীত আন এগৰাকী অসমীয়া অধ্যাপকৰ মৃত্যু৷ অক্সিজেনৰ অভাৱত মৃত্যু হয় ড° পংকজ কুমাৰ মেধি নামৰ অধ্যাপকগৰাকীৰ৷ ৪৭ বছৰীয়া মেধি কৰ’নাত আক্ৰান্ত হৈ দিল্লীৰ গ্ৰেটাৰ নয়ডাৰ ডাঃ চৌহান সঞ্জীৱনী হাস্পতালত চিকিৎসাধীন হৈ আছিল৷

আৰু পঢ়িব পাৰিব : নিৰ্বাচন দলৰ সফলতা শূন্য : প্ৰথমবাৰলৈ মুখ খুলিলে লুৰীণজ্যোতি গগৈয়ে

বুধবাৰে নিশা ২:৩০ বজাত অক্সিজেনৰ অভাৱত অধ্যাপকগৰাকীৰ মৃত্যু ঘটে৷ ক'ভিড বিধি অনুসৰি গ্ৰেটাৰ নয়ডাৰ স্থানীয় শ্মশানতেই অধ্যাপকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ দিল্লীৰ গ্ৰেটাৰ নয়ডাৰ বেন্নেট বিশ্ববিদ্যালয় (Bennett University)ৰ সহকাৰী অধ্যাপক আছিল ড° পংকজ কুমাৰ মেধি৷

আৰু পঢ়িব পাৰিব : এদিনতে মৃত্যু প্ৰায় ৪ হাজাৰ ক’ভিড আক্ৰান্তৰ, আৰোগ্য তিনি লক্ষাধিক

কৰ্মসূত্ৰে পৰিয়ালসহ বিগত ১২বছৰ ধৰি গ্ৰেটাৰ নয়ডা এলেকাত বসবাস কৰিছিল অধ্যাপকগৰাকীয়ে৷ মৃত্যুৰ সময়ত অধ্যাপকগৰাকীয়ে পত্নী আৰু একমাত্ৰ পুত্ৰক এৰি থৈ যায়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?