--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

গুৱাহাটী : কংগ্ৰেছৰ প্ৰাৰ্থী তালিকা ঘোষণাৰ আগতেই আৰম্ভ হৈছে বিদ্ৰোহ৷ মহানগৰীৰ ‘তাজ ভিভান্তা’ৰ সন্মুখত বিভিন্ন সমষ্টিৰ পৰা অহা কংগ্ৰেছী কৰ্মীয়ে প্ৰাৰ্থিত্বক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ আজি কংগ্ৰেছৰ প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

আৰু পঢ়িব পাৰিব : শুকুৰবাৰে ক’ভিডত মৃত্যু হয় ১০৮জনৰ : কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য !

কংগ্ৰেছৰ সিদ্ধান্তক লৈ ক্ষুব্ধ জ্যেষ্ঠ নেতা শৰৎ বৰকটকীও। পুত্ৰ অনুজৰ বাবে কংগ্ৰেছ ত্যাগৰ দিশে আগবাঢ়িছে বৰকটকী৷ ‘তাজ ভিভান্তা’ত মুকলি মন্তব্য শৰৎ বৰকটকীৰ ‘৮বাৰ মন্ত্ৰী আছিলো, এতিয়া পুত্ৰৰ বাবে প্ৰাৰ্থিত্ব বিচাৰিছো৷ তৰুণ গগৈ থকা হ’লে ন্যায় নিশ্চয় পালোহেঁতেন৷’

আজি সংবাদমেলত আনুষ্ঠানিক ঘোষণাৰ সম্ভাৱনা আছে৷ ‘তাজ ভিভান্তা’ৰ পৰা কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ সৈতে ভিডিঅ’ কনফাৰেন্স হোৱাৰ পাছতহে ঘোষিত হ’ব প্ৰাৰ্থীৰ তালিকা৷ বঢ়মপুৰ, কমলপুৰ সমষ্টিক লৈ কংগ্ৰেছত নতুন সমীকৰণ আৰম্ভ হৈছে৷

আৰু পঢ়িব পাৰিব : অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহসহ লক্ষাধিক টকাৰ সা-সম্পত্তি

ইপিনে এআইইউডিএফৰ মুখ্য বদৰুদ্দিন আজমলৰ হাতত বৰাকৰ কেইবাটাও ছীট কংগ্ৰেছে বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷ আলগাপুৰ, সোণাই, বদৰপুৰ ছীট বদৰুদ্দিনৰ হাতত বিক্ৰী কৰিছে বুলি কংগ্ৰেছ কৰ্মীৰ অভিযোগ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?