--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ১৬ জানুৱাৰীৰ পুৱা ছেইফ আলী খানক ঘৰত অনুপ্ৰৱেশকাৰীয়ে চোকা মাৰণাস্ত্ৰৰে আক্ৰমণ কৰিছিল। এই ঘটনাত ছেইফে বহু গুৰুতৰভাৱে আহত হৈছে। লীলাৱতী চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতাজন। ইফালে ছেইফৰ পত্নী তথা অভিনেত্ৰী কৰীনা কাপুৰে আৰক্ষীক নিজৰ বক্তব্যৰে সেই নিশাৰ গাৰ নোম শিয়ৰি উঠা সেই ঘটনা অৱগত কৰে ৷

हमे लगा की हमलावर हमारे बेटे जहांगीर पर हमला करने जा रहा है.

ছেইফ আলী খানৰ ওপৰত হোৱা আক্ৰমণ সন্দৰ্ভত কৰীনা কাপুৰ খানৰ বক্তব্যও মুম্বাই আৰক্ষীয়ে ৰেকৰ্ড কৰিছে। কৰীনাই নিজৰ বিবৃতিত এই সমগ্ৰ ঘটনা বিতংভাৱে প্ৰকাশ কৰিছে।

महिलाओ ने बीच बचाव किया, सैफ ने रोका तभी आरोपी जहांगीर तक नही पहुंच पाया था.

কৰীনাই বিবৃতিটোত কয় যে ৰাতি প্ৰায় ১ বজাত ঘৰলৈ উভতি আহিছিল তেওঁ। আচলতে কৰীনা কাপুৰ, কৰিশ্মা কাপুৰ আৰু ৰিয়া কাপুৰৰ লগত ওলাই গৈছিল আৰু ৰিয়া কাপুৰৰ ড্ৰাইভাৰে কৰীনাক ঘৰত থৈ গুচি যায় ।

আৰক্ষীৰ সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি কৰীনাই নিজৰ বিবৃতিত আৰক্ষীক জনাইছে যে অভিযুক্তই যেতিয়া ঘৰত প্ৰৱেশ কৰিছিল তেতিয়া তেওঁ অতি আক্ৰমণাত্মক আছিল কিন্তু তেওঁ ঘৰৰ পৰা একো চুৰি কৰা নাছিল।

কৰীনা কাপুৰে কয় যে আক্ৰমণকাৰীজন অতি আক্ৰমণাত্মক আছিল আৰু তেওঁ আমাৰ কনিষ্ঠ পুত্ৰ জাহাংগীৰৰ কোঠাত আছিল। আমি ভাবিছিলো যে আক্ৰমণকাৰীয়ে জাহাংগীৰক আক্ৰমণ কৰিবলৈ ওলাইছে। ঘৰৰ ল’ৰা-ছোৱালী আৰু মহিলাসকলক ৰক্ষা কৰিবলৈ ছেইফে আক্ৰমণকাৰীক বাধা দিবলৈ চেষ্টা কৰে। মহিলাকেইগৰাকীয়ে হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল আৰু ছেইফে তেওঁক বাধা দিবলৈ চেষ্টা কৰাৰ সময়তো অভিযুক্তই জাহাংগীৰৰ ওচৰ পাব পৰা নাছিল। 


এই কাজিয়াৰ সময়ত আক্ৰমণকাৰীয়ে ছেইফক কেইবাবাৰো আক্ৰমণ কৰে। আক্রমণকাৰীয়ে যেতিয়া ছাইফক আক্রমণ কৰি আছিল, তেতিয়া মই সুযোগতে ল’ৰা-ছোৱালীকেইটাক দ্বাদশ মহলালৈ পঠিয়াই দিলোঁ৷ ঘৰৰ পৰা একো চুৰি কৰা নাছিল আক্ৰমণকাৰীয়ে। ঘৰৰ বাকচত আছিল গহনা।












FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?