--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিৰাট কোহলীৰ অনুৰাগীৰ যেন কোনো অভাৱ নাই। কোহলীৰ অনুৰাগী ক্ৰিকেট জগতৰ বাহিৰৰ ক্ষেত্ৰখনতো যথেষ্ট আছে। তেওঁলোকৰ মাজৰ এজন হৈছে ইংলেণ্ডৰ ফুটবল দলৰ জাতীয় অধিনায়ক হেৰী কেন।

 

কোহলীক কিছু সময়ৰ পৰা ক্ৰিকেটৰ পূৰ্বৰ ছন্দত দেখা পোৱা নাই। আই পি এলত তেওঁ বেটেৰে তেওঁ সংগ্ৰহ কৰা ৰাণ খৰাং। তেওঁ একেৰাহে দুখন খেলৰ প্ৰথম বলত আউট হৈছিল। বহুলোকে কোহলীৰ বেটিংক লৈ উদ্বেগ প্ৰকাশ কৰিছে।

 

কিন্তু কেন সদায় কোহলীৰ বেটিংৰ অনুৰাগী আছিল। দুয়ো কেইবাবাৰো লগ পাইছে। এই কথা স্মৰণ কৰি ইংলেণ্ডৰ ফুটবল অধিনায়কজনে কয়, "মোৰ প্ৰিয় দল হৈছে আৰচিবি। মই ভাগ্যৱান কাৰণ মই বিৰাট কোহলীক কেইবাৰমান লগ পোৱা আৰু কথা পাতিবলৈ সুযোগ পাইছো। কোহলীৰ প্ৰতি তেওঁৰ আকৰ্ষণৰ বিষয়ে উল্লেখ কৰি ইংলেণ্ডৰ ফুটবলাৰজনে লগতে কয়, "কোহলীৰ বেটিং দেখি আচৰিত লাগে। তেওঁৰ বেটিংত জুই আছে, আৱেগ আছে। তেওঁক খেলি থকা দেখি সঁচাকৈয়ে ভাল লাগিছে। ''

 

বেংগালুৰু দলক লৈ আশাবাদী হৈ কেনে কয়, "এইবাৰ দলটোত কেইবাজনো ভাল ক্ৰিকেটাৰক বাছনি কৰা হৈছে। ভাগ্য যোৱা বছৰ তেওঁলোকৰ বাবে উপযুক্ত নাছিল। কিন্তু এইবাৰ তেওঁলোকে সঠিক কাম কৰিছিল। প্ৰতিযোগিতাখনৰ আৰম্ভণি ভাল আছিল। এইবাৰ আই পি এলত কিছুমান শক্তিশালী দল আছে। মই তেওঁলোক সকলোকে খেলি থকা দেখি ভাল লাগে। আশা কৰোঁ আৰচিবি ভালদৰে আগবাঢ়িব। এটা সংবাদ সংস্থাক দিয়া সাক্ষাৎকাৰত, তেওঁ কিয় ক্ৰিকেট ভাল পায় সেই বিষয়েও কৈছিল। কেনে কৈছিল: "আমি ক্ৰিকেট খেলিবলৈ ভাল পাওঁ। মই এই মুহূৰ্তত আই পি এলক লৈ খুব উৎসাহী। ''

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?