--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লী : দেওবাৰে ভাৰতে মালদ্বীপৰ সৈতে ৫০ মিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ কৰে৷ এই কথা জানিবলৈ দিয়ে ভাৰতৰ বৈদেশিক মন্ত্ৰী জয়শংকৰে৷ তেঁও কয়, "ভাৰত সদায় দ্বীপৰাষ্ট্ৰখনৰ প্ৰতিৰক্ষাৰ বিশ্বস্ত সহযোগী হৈ থাকিব।"

আৰু পঢ়িব পাৰিব : ৪জনীয়া দুৰ্বৃত্তৰ দলে অপহৰণ কৰিলে ব্যৱসায়িক : ঘটনাস্থলীত উদ্ধাৰ খালী মেগজিন…

সামুদ্ৰিক সক্ষমতা গঢ়ি তোলাৰ সংকল্পৰে দ্বীপ ৰাষ্ট্ৰখনৰ সৈতে ভাৰতে ৫০মিলিয়ন মাৰ্কিন ডলাৰ লাইন অৱ ক্ৰেডিট চুক্তি স্বাক্ষৰ কৰিছে। দুদিনীয়া ভ্ৰমণেৰে মালদ্বীপলৈ যোৱা বৈদেশিক মন্ত্ৰীগৰাকীয়ে টুইটযোগে সদৰী কৰিছে। “প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে আমাৰ প্ৰতিৰক্ষা সহযোগিতা সম্পৰ্কীয় মত বিনিময় হয়। ভাৰত সদায় মালদ্বীপৰ বাবে এক বিশ্বস্ত নিৰাপত্তা অংশীদাৰ হৈ থাকিব।” বৈদেশিক মন্ত্ৰী জয়শংকৰে টুইট কৰি কয়।

আৰু পঢ়িব পাৰিব : নিৰাপত্তাৰক্ষীৰ জালত দুই লস্কৰ ঈ তৈবা সন্ত্ৰাসবাদী

“মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰী মাৰিয়া দিদিৰ সৈতে ইউটিএফ হাৰ্বাৰ চুক্তি কৰি আমি আনন্দিত। ই মালদ্বিভিয়ান উপকূলৰক্ষীৰ সামৰ্থ্য শক্তিশালী কৰাৰ লগতে আঞ্চলিক এইচএডিআৰ প্ৰচেষ্টাক সহজ কৰি তুলিব। এই প্ৰচেষ্টা হৈছে বিকাশৰ সহযোগিতা, নিৰাপত্তাৰ সহযোগিতা।” তেওঁ লগতে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?