--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক’ভিড শংকাৰ মাজেৰে পাৰ হ'ল দুটাকৈ বছৰ। প্ৰথম, দ্বিতীয় আৰু তৃতীয়টো ঢৌৰ সংহাৰক লৈ ত্ৰস্তমান বিশ্ববাসী। পৰিস্থিতি কিছু নিয়ন্ত্ৰণলৈ অহাৰ সময়তে পুনৰ ইউৰোপত ঊৰ্ধ্বমুখী হ'বলৈ ধৰিছে ক'ভিডৰ চতুৰ্থ লহৰ৷ শীতৰ আগমনৰ লগে লগে ইউৰোপীয় দেশসমূহত বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণো৷ তথ্য অনুসৰি ইউৰোপীয় দেশত প্ৰতি সপ্তাহত ২০লাখৰো অধিক লোক কৰ'নাত আক্ৰান্ত হৈছে৷

ইতিমধ্যে, সংক্ৰমণ ৰোধৰ বাবে চৰকাৰে কঠোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে যদিও সেই নীতি নিৰ্দেশনাৰ বিৰুদ্ধে একাংশ ইউৰোপীয় দেশত তীব্ৰ প্ৰতিবাদে গা কৰি উঠিছে৷ তৎকালীনভাৱে ক'ভিড ভেকচিন ল'বলৈ জাৰ্মানীৰ স্বাস্থ্যমন্ত্ৰীয়ে সকলোকে আহ্বান জনোৱাৰ লগতে বেলজিয়াম চৰকাৰেও জাৰি কৰিছে বহু নিৰ্দেশনা৷ ইপিনে, চৰকাৰৰ ক'ভিড প্ৰতিৰোধ কঠোৰ নীতি-নিয়ম আৰু প্ৰতিষেধক লোৱাটো বাধ্যতামূলক ঘোষণা কৰাৰ বিৰোধিতাৰে অষ্ট্ৰিয়া, ক্ৰৱেছিয়া, বেলজিয়াম, ডেনমাৰ্ক, ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷

ইটালী, নেদাৰলেণ্ডছত সহস্ৰাধিক লোকে ৰাজপথত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছে৷ উল্লেখ্য যে, ইটালীত ক'ভিডৰ দ্বিতীয়পালি প্ৰতিষেধক গ্ৰহণ পাঁচমাহৰ পাছত বুষ্টাৰ প্ৰতিষেধক প্ৰদানৰ সিদ্ধান্ত লৈছে৷ লগতে গ্ৰীচতো ক'ভিড গ্ৰহণ নকৰা লোকক ৰাজহুৱা স্থানত প্ৰৱেশত বাধা আৰোপ কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?