--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ আকৌ জিঅ’ই আৰম্ভ কৰিছে কম খৰচী ৰিচাৰ্জ প্লেন। মাহে ৮১ টকীয়া এই প্লেন এবাৰ ৰিচাৰ্জ কৰিলে ৩৩৬ দিনৰ বৈধ্যতা লাভ কৰা যাব। এই প্লেনত গ্ৰাহকে সীমাহীন ফোনকলৰ সুবিধা লাভ কৰিব। লগতে থাকিব ২৪ জিবি হাই স্পীড ডাটা।

কমকৈ ইণ্টাৰনেট ব্যৱহাৰ কৰা গ্ৰাহকৰ কথা চিন্তা কৰি জিঅ’ই আগবঢ়াই এই ব্যাপক অফাৰ। সেয়ে তেওঁলোকৰ বাবে জিঅ’ই এৰি দিছে সস্তীয়া ৰিচাৰ্জ প্লেন।

উল্লেখ্য যে প্ৰথম অৱস্থাত ৰিলায়েন্স জিঅ’ই বজাৰ দখল কৰিবলৈ গ্ৰাহকক সম্পূৰ্ণ বিনামূলীয়া সেৱা আগবঢ়াইছিল। তাৰ পিছত তেওঁলোকে বিভিন্ন ৰিচাৰ্জ প্লেন আৰম্ভ কৰে। কম খৰচী ফ’ৰ জি সুবিধা লাভৰ  বাবে বেছিভাগ গ্ৰাহকে অন্য চিম এৰি বাচি ল’লে জিঅ’ চিম। কিন্তু সময়ৰ লগে লগে জিঅ’ই বৃদ্ধি কৰি গ’ল ৰিচাৰ্জ প্লেনৰ দাম।

কিন্তু শেহতীয়াকৈ মাহে ৮১ টকাৰ  এই ৰিচাৰ্জ প্লেনে গ্ৰাহকক আশ্বস্ত কৰিব বুলি ভবা হৈছে। এই ৰিচাৰ্জ প্লেনে সীমাহীন ফোনকল, ২৪ জিবি দ্ৰুত ডাটা, আনকি বিনামূলীয়া এছএমএছ- ও প্ৰদান কৰিব। এই প্লেনৰ বাৰ্ষিক খৰচ মাত্ৰ ৮৯৫ টকা। প্ৰতিমাহে মাত্ৰ ৮১ টকাকৈ পৰিব এই ৰিচাৰ্জ প্লেনত। এই প্লেনৰ সৈতে এবাৰ ৰিচাৰ্জ কৰিলে আপুনি ৩৩৬ দিনৰ বৈধতা পাব।

গ্ৰাহকে ২৪ জিবি হাই স্পীড ডাটা ব্যৱহাৰ কৰি ফেচবুক, ইউটিউব, গুগলৰ দৰে অনলাইন সেৱাও উপভোগ কৰিব পাৰিব। ইয়াৰ উপৰিও গ্ৰাহকে ২৮ দিনৰ মূৰে মূৰে ৫০টা এছএমএছৰ সুবিধা লাভ কৰিব।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?