--°C
Loading...
Advertisement
Advertisement
Listen to Article
2 min read
80%

ঢেকিয়াজুলি : মাতৃ ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান - এই গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ ঢেকীয়াজুলিৰ সমাৱেশত অংশগ্ৰহণ কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে এনেদৰে মতপোষণ কৰে৷ অসমত হিংসাদ্বেষ আঁতৰাই উন্নয়নৰ পথত আগুৱঢ়াবলৈ বিজেপি চৰকাৰে বহু কাম কৰিছে বুলি মন্তব্য তেওঁৰ৷

আৰু পঢ়িব পাৰিব :নৰেন্দ্ৰ মোদীৰ সপোনৰ ভাৰতৰ গোলকীয় ভাবমূৰ্তি সংকটত নেকি?

ইপিনে বিশ্বনাথ, চৰাইদেউৰ চিকিৎসা মহাবিদ্যালয়ক লৈ উৎসাহী মোদী আনহাতে ‘অসম মালা’ আঁচনিৰ বৃহৎ বিনিয়োগক বিজপিৰ৷ স্থানীয় ভাষাত হ’ব চিকিৎসা-প্ৰযুক্তিৰ প্ৰতিষ্ঠান গুৰুত্বপূৰ্ণ ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ৷ গুৱাহাটী হ’ব আধুনিক চিকিৎসাৰ কেন্দ্ৰবিন্দু৷ চাংসাৰিৰ AIIMS হ’ব পূৰ্বোত্তৰৰ ভৰসা৷ আয়ুস্মান ভাৰতৰ বাবে সকাহ পাইছে সৰ্বসাধাৰণে বুলি মতপোষণ মোদীৰ৷ ইপিনে চাহ শ্ৰমিকৰ উন্নয়নত গুৰুত্ব দিছে দিছপুৰে৷

আৰু পঢ়িব পাৰিব :‘সাহসৰ অনন্ত সিন্ধু’- সুধাকণ্ঠৰ গীতৰ কলিৰে ভাষণ উপস্থাপন মোদীৰ

গৰ্ভৱতী চাহ শ্ৰমিকলৈ বিশেষ চিকিৎসাৰ সুবিধা প্ৰদান কৰা হ'ব৷ বাজেটতো চাহ শ্ৰমিকৰ বাবে ঘোষিত হৈছে এহেজাৰ কোটি বুলিও মন্তব্য তেওঁ৷ ভাৰতৰ চাহক বদনাম কৰিবলৈ চক্ৰান্ত চলিছে বুলিও অভিযোগ মোদীৰ৷ ‘অসম মালা’ যোজনাৰে সমৃদ্ধ হ‍’ব অসম৷ দেশৰ অন্য ৰাজ্যৰে উন্নত পথেৰে অসমৰ যোগাযোগ৷ ৰূপকোঁৱৰৰ কবিতাৰ পংক্তিৰে উন্নয়নৰ বাৰ্তা মোদীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
এইবাৰ ১০ হাজাৰ শিল্পীক লৈ বাগৰুম্বা প্ৰদৰ্শনৰ প্ৰস্তুতি চৰকাৰৰ
ইৰানত ব্যাপক ধ্বংসলীলা
ৰিক্সা চলাই পঢ়ুৱাইছিল কন্যাক, চাকৰিৰ বাবে লণ্ডনলৈ যাওতে বিমান দুৰ্ঘটনাত মৃত্যু পায়েলৰ
নগাঁও আৰক্ষীৰ জালত দুৰ্ধৰ্ষ বাইক চোৰ নবী হুছেইন
পাকিস্তানক ধনী কৰিবলৈ চেষ্টা বিশ্ব বেংক, আইএমএফ আৰু আইএফচিৰ! জানক কাৰণ
প্ৰেমৰ মায়াজালেৰে লুটপাত চলোৱা এগৰাকী সুন্দৰী বোৱাৰী
কেনে আছে অসমৰ ৰুক্মিণী বৰুৱা ? আহমেদাবাদত ভয়ংকৰ বিমান দুৰ্ঘটনা পতিত অসমৰ যুৱতী
পঞ্জাৱত মৃত্যু অসমৰ যুৱকৰ
'খাদ্য নাই, পানী নাই, শান্তি নাই'-গাজাত ইজৰাইলী আক্রমণত সন্তানক হেৰুওৱা মাতৃৰ চিৎকাৰ
'মোদীৰ দৰে মিছলীয়া প্ৰাধানমন্ত্ৰী কেতিয়াও দেখা নাই' খৰ্গেৰ মন্তব্য
গাড়ীত উদ্ধাৰ জনপ্ৰিয় ছ'চিয়েল মিডিয়া ইনফ্লুৱেন্সাৰৰ মৃতদেহ
উৰণৰ সময়তেই পুৰি ছাই হ’ল এয়াৰ ইণ্ডিয়াৰ বিমান:শতাধিক যাত্ৰীৰ মৃত্যুৰ আশংকা
গ্ৰীষ্ম-প্ৰৱাহ ; হীট ষ্ট্ৰ'কত ৰাজ্যত দুজনৰ মৃত্যু
কিয় কুখ্যাত সন্ত্ৰাসবাদী লাডেনে পাকিস্তানত নিৰাপদ অনুভৱ কৰিছিল?